DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিখ্যাত ফ’ৰ্বছ আলোচনীৰ ৩০-অনূৰ্ধ্ব-৩০ ভাৰতীয়ৰ তালিকাত স্থান লাভ দৌৰৰাণী হিমা দাসৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2019 5:25 pm
Forbes_list_30-Under-30_Indian_Hima
934
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি সমাদৃত আমেৰিকাৰ বিখ্যাত ফ’ৰ্বছ আলোচনীয়ে অলপতে প্ৰকাশ কৰা ৩০-অনূৰ্ধ্ব-৩০ ভাৰতীয়ৰ ২০১৯ বৰ্ষটোৰ তালিকাত স্থান পালে অসমৰ হিমা দাসে।

নিজৰ প্ৰতিভাৰ বলত কম বয়সতে বিশেষ কৃতিত্ব অৰ্জা আৰু সমাজত প্ৰভাৱ ৰাখিবলৈ সক্ষম হোৱা ব্যৱসায়ী, শিল্পী, ক্ৰীড়াবিদ, য়ু টিউবাৰ আদি মুঠ ১৬টা শিতানত ৩০ বছৰৰ কম বয়সৰ ৩০জন ভাৰতীয়ক এই তালিকাত সামৰি লোৱা হৈছে।

প্ৰতি বছৰত এবাৰকৈ প্ৰকাশ কৰা ফ’ৰ্বছৰ এই শিতানটো (৩০-অনূৰ্ধ্ব-৩০ ভাৰতীয়)ৰ এয়া ষষ্ঠ সংস্কৰণ।

ফ’ৰ্বছৰ কৰ্তৃপক্ষই জনোৱামতে, বিশদ গৱেষণামূলক প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰতিভাশালী যুৱক-যুৱতীসকলক বাছি উলিওৱা হৈছে। হিমাৰ উপৰি তালিকাখনত ১৮ বছৰীয়া ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলটোৰ সদস্য স্মৃতি মানধনা, ডিজাইনাৰ অদিতি আগৰৱাল আৰু অঞ্জলী মেনন, থ্ৰী-ডি আৰ্টিষ্ট আৰু এনিমেশ্যন চিনেমা নিৰ্মাতা নিনাদ কুলকাৰ্ণী, অভিনেতা বিজয় দেৱেৰাকুণ্ডা আদিয়ে ঠাই পাইছে।

ভাৰতীয় হিচাপে ট্ৰেকত যোৱা বছৰ চাঞ্চল্যৰ সৃষ্টি কৰা ১৯ বছৰীয়া হিমাই ক্ৰীড়া (sports) শিতানত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰ অনূৰ্ধ্ব-২০ বিশ্ব চেম্পিয়নশ্বিপত হিমাই খিতাপ দখল কৰিছিল। ট্ৰেকত বিশ্বখিতাপ দখল কৰা তেৱেঁই প্ৰথম ভাৰতীয়। ইপিনে যোৱা বছৰেই জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছতো দুটা ৰূপৰ পদক আৰু এটা স্বৰ্ণ (দলীয়) লাভ কৰিছিল।

নিজৰ বিৰল প্ৰতিভাৰ বলত কম সময়তে দেশজুৰি ধিং এক্সপ্ৰেছ হিচাপে পৰিচিত হৈ উঠা হিমাই ৩০গৰাকী প্ৰতিভাশালী আৰু প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ মাজত স্থান পোৱাটোত স্বাভাৱিকতে আনন্দিত হৈছে অসমবাসী।

Recent News

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

কৃষি বিজ্ঞান কেন্দ্ৰ যোৰহাটৰ এপাৰ্ট প্ৰকল্পৰ অধীনত কাৰিকৰী শিক্ষামূলক ভ্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd