• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

GIMTত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰিলে নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 8:31 pm
Keshab-Mahanta-at-GIMT-Guwahati-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কোভিডৰ দ্বিতীয় ঢৌৱে সংহাৰৰ সৃষ্টি কৰাৰ সময়তে অসমতো কোভিডৰ সংহাৰ বৃদ্ধি পাইছে।

এনে সময়তে আজি নৱ নিযুক্ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটীৰ আজাৰস্থিত  গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’ল’জি (GIMT) ত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে।

Apply Now

কোভিড ৰোগীৰ বাবে ৭০০ খন বিচনাৰ ব্যৱ্স্থা থকা GIMT ৰ কোভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হয়।

উল্লেখ্য শ্ৰীমন্ত শংকৰ একাডেমী( SSA)ছোচাইটিৰ অধীনত পৰিচালিত ৰাজ্যৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান আজাৰাস্থিত GIMTত ৰাজ্যত কোভিডৰ প্ৰথমটো ঢৌ অহাৰ সময়তো,অৰ্থাৎ যোৱা বছৰতো কোভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছিল।

GIMT ৰ কোভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰাৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহ্ন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ গৈ কোভিড ব্যৱস্থাপনাৰ বুজ লয়।

GIMT-1-294x300
GIMT ত নতুন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।

মন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় খনৰ শীৰ্ষ বিষয়াবৰ্গৰে সৈতে কোভিড ৰোগীৰ চিকিৎসা সম্পৰ্কে এক আলোচনাতো মিলিত হয়।

তেওঁ চিকিৎসালয় খনৰ বিষয়াসকলক কোভিড ৰোগীৰ দ্ৰুত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়,জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়,কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত স্থাপন কৰা কোভিড কেয়াৰ চেণ্টাৰো পৰিদৰ্শন কৰে।

তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কোভিড ৰোগীৰ বাবে  অহা ২৫ দিনৰ ভিতৰত নতুনকৈ ২০০ খন আইচিইউ বিচনাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য স্বাস্থ্যমন্ত্ৰী হিচাবে নিযুক্ত হোৱাৰ পিছতে মন্ত্ৰী কেশৱ মহ্ন্তই কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দেখুওৱা এনে তৎপৰতাক ৰাইজে একেমুখে শলাগিছে।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এনে তৎপৰতাই ৰাজ্যবাসীক  কাল কোভিডৰ পৰা ৰক্ষা কৰিব পাৰিব বুলি সকলোৱে আশা ব্যক্ত কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd