• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত সৰৱ হৈ উঠিছে অসমৰ বিৰোধী সাংসদসকল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 17, 2020 1:41 pm

1 min read

সমাধিত অসমৰ কাগজকল, মৃত ৫১, আত্মহত্যা দুজনৰ; বিজেপি বৰ্জনৰ আহ্বান কৰ্মচাৰীৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

168
VIEWS
Share on FacebookShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰৰ মাজতে আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত অসমৰ বিৰোধী সাংসদ সকলে অসমৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত ধৰ্ণা দিয়ে।

নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে গান্ধী মূৰ্তিৰ সন্মুখত দিয়া ধৰ্ণা কাৰ্যসূচীত অসমৰ সাতোগৰাকী বিৰোধী সাংসদে অংশ গ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ আৰু আব্দুল খালেকৰ উপৰি কংগ্ৰেছৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহ উপস্থিত আছিল।

আনহাতে আন দুগৰাকীৰ এজন এ আই য়ু ডি এফৰ মুৰব্বী তথা লোকসভাৰ সাংসদ বদৰুদ্দিন আজমল আৰু আনজন নৱনিৰ্বাচিত ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞা।

উল্লেখ্য যে যোৱা দুদিন ধৰি অসমৰ বিৰোধী সাংসদ সকলে দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনৰ ভিতৰে বাহিৰে গ্ৰহণ কৰা পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে।

ইফালে আজিও এ আই য়ু ডি এফৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে লোকসভাৰ মজিয়াত কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে দাবী উত্থাপন কৰিছে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd