• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিলেখ! প্ৰতি কিলোত এক লাখ টকা দৰত বিক্ৰী পাভজান গ’ল্ড টি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2022 9:54 am
Pabhojan Gold Tea
190
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ এক বিৰল প্ৰকাৰৰ জৈৱিক চাহ পাভজান গ’ল্ড টি সোমবাৰে যোৰহাটত অনুষ্ঠিত এক বিশেষ নিলামত প্ৰতি কিলোগ্ৰামত ১ লাখ টকা দৰত বিক্ৰী কৰা হয়। চলিত বছৰত এই দৰেই চাহৰ বিশেষ নিলামত লাভ কৰা সৰ্বাধিক মূল্য।

যোৰহাট চাহ নিলাম কেন্দ্ৰৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি পাভজান অৰ্গেনিক টি ইষ্টেটে বিক্ৰী কৰা এই চাহবিধ অসমৰে এক চাহ ব্ৰেণ্ড ‘এছাহ টি’য়ে ক্ৰয় কৰিছে।

পাভজান অৰ্গেনিক টি ইষ্টেটে প্ৰস্তুত কৰা এই উজ্জ্বল হালধীয়া ৰঙৰ বিশেষ চাহবিধ চাহ বাগিচাৰ দ্বিতীয় ফ্লাশ টিপৰ পৰা তৈয়াৰ কৰা হৈছে। এছাহ চাহৰ মুখ্য কাৰ্যবাহী বিষয়া বিজিত শৰ্মাই কয় যে এই বিশেষ চাহবিধে তেওঁলোকক গ্ৰাহকসকলক অসমৰ অন্যতম উৎকৃষ্ট চাহ হিচাপে যোগান ধৰাত সহায় কৰিব।

তেওঁ লগতে কয় যে এই বিৰল চাহবিধে চাহপ্ৰিয় লোকসকলক এক অনবদ্য অভিজ্ঞতা প্ৰদান কৰিব। কোম্পানীটোৰ সমগ্ৰ বিশ্বতে বিয়পি থকা গ্ৰাহকসকলে এই চাহবিধৰ সোৱাদ আৰু মূল্য অনুভৱ কৰিব পাৰিব বুলিও বিজিত শৰ্মাই দাবী কৰিব।

“আমাৰ গ্ৰাহকসকলক অসমৰ অনন্য চাহৰ সোৱাদ যোগান ধৰাৰ বাবে আমাৰ দৃঢ় অভিযান অব্যাহত ৰাখিবলৈ সক্ষম হোৱাত আমি আনন্দিত।”- তেওঁ লগতে কয়।

আনহাতে পাভজান অৰ্গেনিক টি ইষ্টেটৰ গৰাকী ৰাখী দত্ত শইকীয়াই জানিবলৈ দিয়া অনুসৰি তেওঁলোকে এই বিৰল প্ৰজাতিৰ চাহবিধৰ মাত্ৰ এক কেজি উৎপাদন কৰিছিল আৰু ইতিহাস সৃষ্টি কৰা এই মূল্যত বিক্ৰী হোৱাত তেওঁলোক যথেষ্ট আনন্দিত।

চাহবিধৰ এই অভিলেখ সৃষ্টিকাৰী মূল্যই অসমৰ চাহ উদ্যোগক হেৰুওৱা খ্যাতি ঘূৰাই পোৱাত সহায় কৰিব বুলি তেওঁ দাবী কৰে।

এই বিৰল প্ৰকাৰৰ বিশেষ চাহবিধ ভাৰতীয় গ্ৰাহকৰ বাবে https://esahtea.in যোগে আৰু আন্তৰ্জাতিক ক্ৰেতা সকলৰ বাবে https://esahtea.com ত উপলব্ধ হ’ব।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd