DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত ১ নৱেম্বৰৰ পৰা খোলা হ’ব বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2020 4:09 pm
অসমত ১ নৱেম্বৰৰ পৰা খোলা হ’ব বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ
558
VIEWS
Share on FacebookShare on Twitter

অসমত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১ নৱেম্বৰৰ পৰা খোলা হ’ব বুলি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে।

‘‘আমি অক্টোবৰৰ ১৫ তাৰিখৰ পৰা নোখোলো। বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১ নৱেম্বৰৰ পৰা খোলা হ’ব,’’ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কয়।

কেন্দ্ৰ চৰকাৰে আনল’ক-৫ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১৫ অক্টোবৰৰ পৰা খোলাৰ নিৰ্দেশ দিছে যদিও অসম চৰকাৰে অক্টোবৰৰ মাহত বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান সমূহ কোভিড প্ৰট’কল মানি আৰম্ভ কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে আনল’ক-৫ৰ নিৰ্দেশনা অনুসৰি বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১৫ অক্টোবৰৰ পৰা খোলাৰ নিৰ্দেশ দিছে যদিও এইক্ষেত্ৰত বিদ্যালয় পৰিচালনা সমিতি আৰু পৰিস্থিতি অধ্যয়ন কৰি নিৰ্ণয় লোৱাৰ বাবে উপদেশ দিছে।

তদুপৰি, বিদ্যালয়, মহাবিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিও বাধ্যতামূলক নহয়।

উল্লেখযোগ্য যে, শিক্ষা বিভাগে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহ পুনৰ খোলাৰ ক্ষেত্ৰত উচ্চ শিক্ষা বিভাগক সিদ্ধান্ত গ্ৰহণৰ বাবে কৈছে।

শেহতীয়া পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছতহে মহাবিদ্যালয় খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd