• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰসংঘৰ অধিৱেশনলৈ আমন্ত্ৰিত বৰপেটাৰ ড০ নৱজিৎ দাস

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , August 11, 2018 9:19 pm

1 min read

ৰাষ্ট্ৰসংঘৰ অধিৱেশনলৈ আমন্ত্ৰিত বৰপেটাৰ ড০ নৱজিৎ দাস

ড0 নৱজিৎ দাস

75
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰসংঘৰ সহযোগত কেনিয়াত অনুষ্ঠিত হ’ব লগা আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰলৈ আমন্ত্ৰিত হৈছে বৰপেটা চহৰৰ বাসিন্দা তথা বি এইচ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক  ড০ নৱজিৎ দাস ৷

অহা ১৯ আগষ্টৰ পৰা ২৫ আগষ্টলৈ কেনিয়াৰ নাইৰবী চহৰত অনুষ্ঠিত হ’ব লগা ২৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰিমাটোলজিকেল চ’ছাইটিৰ অধিৱেশনত ড০ দাসে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নিশাচৰ বান্দৰ ‘লাজুকী বান্দৰ’ৰ সংকটৰ গৰাহত পৰাৰ কাৰণ, অন্ধবিশ্বাসমূলক ঔষধি গুণৰ বাবে হোৱা জীৱৰ চিকাৰ, আৰু ইহতৰ সংৰক্ষণৰ ওপৰত এক গৱেষণামূলক ভাষন প্ৰদান কৰিব ৷

গুৱাহাটীৰ প্ৰাইমেট ৰিচাৰ্ছ চেন্টাৰ নামৰ গৱেষণামূলক প্ৰতিষ্ঠান এটাৰ সৈতেও জৰিত ড০ দাসে অহা ১৭আগষ্টত নতুন দিল্লীৰ পৰা পৰা কেনিয়া অভিমুখে ৰাওনা হ’ব ৷

লাজুকী বান্দৰৰ ওপৰত বিশ্বৰ কেইবা ঠাইত ইতিমধ্যে গৱেষণামূলক ভাষণ প্ৰদান কৰা ড০ দাস বৰপেটা চহৰৰ পালাংদিহাটীৰ ঘনশ্যাম দাস আৰু ভাগ্যবালা দাসৰ প্ৰথম সন্তান ৷

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd