• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ ৩৯ টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দৰাচলতে কিমান শতাংশ হৈছিল ভোটদান? জনালে নিৰ্বাচন আয়োগে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 8:57 pm
Assam_1_H
2.7k
VIEWS
Share on FacebookShare on Twitter

১ এপ্ৰিলত ৰাজ্যৰ ১৩ খন জিলাৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত দ্বিতীয়  পৰ্যায়ৰ নিৰ্বাচনত দৰাচলতে সামগ্ৰিক ভাবে কিমান শতাংশ ভোটদান হৈছিল সেই হাৰ আজি পুনৰ প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে।

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ৩৯ টা সমষ্টিত হোৱা সামগ্ৰিক ভোটদানৰ হাৰ হৈছে ৮০.৯৬ শতাংশ।

উল্লেখ্য অসমৰ ৩৯ টা সমষ্টিৰ ১০,৫৯২ টা ভোট কেন্দ্ৰত আজি অনুষ্ঠিতি হয় দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

যোৱানিশা ৮ বজালৈকে কেউটা সমষ্টিত হোৱা সামগ্ৰিক ভোটদানৰ হাৰ  ৭৬.৫২ শতাংশ বুলি নিশ্চিত কৰা হৈছিল। কিন্তু সকলো সমষ্টিৰ তথ্য বিশ্লেষণ কৰি আজি নিৰ্বাচন আয়োগে এই হাৰ ৮০.৯৬ বুলি ঘোষণা কৰে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৭৩ লাখ ভোটাৰে  ভোটাধিকাৰ সাৱস্ত্য কৰে।

বৈঠালাংচ’ত ৭৩.৩৭,ওদালগুৰিত ৭৫.৬০,নগাঁওত ৭৮.১০,বোকাজানত ৭৬.২৫,৮১.৫৩,জাগীৰোড ৭৮.৯০,যমুনামুখ ৬৩.৫৩কমলপুৰত ৭৩.১৫,মঙলদৈত ৭৮,মৰিগাঁওত ৮১.২৪,লামডিং ৬৯.৫২পানেৰী ৭৬.৫০,ৰহা ৭৮,ৰঙিয়া ৭৩.৬০, দলগাঁও ৮১.৭০বঢ়মপুৰ ৭৭,নলবাৰী ৮১.৫৩ শতাংশ ভোটদান হয়।কাছাৰৰ লক্ষীপুৰত সৰ্বনিম্ন ৭০.১২ শতাংশ ভোটদান হোৱাৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাটত সৰ্বাধিক ৮৭.২৯ শতাংশ ভোটদান হৈছিল।

উল্লেখ্য ৰাজ্যৰ  ১৩ খন জিলাৰ ৩৯ টা সমষ্টিত কালি পুৱাৰে পৰা আৰম্ভ হৈছিল দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে আৰম্ভ হ’লেও বিভিন্ন স্থানত ইভিএমৰ বিসংগতি ঘটা পৰিলক্ষিত হৈছিল।

ইফালে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰথম তিনি ঘণ্টাত ভোটদানৰ হাৰ আছিল ১৭.৮১ শতাংশ।

অৰ্থাৎ ১০ বজালৈকে ভোটদানৰ হাৰ ১৭.৮১ শতাংশলৈ বৃদ্ধি পাইছে।

প্ৰথম দুঘণ্টাত অৰ্থাৎ ৯ বজালৈ ভোটদানৰ হাৰ আছিল ১০.৫১ শতাংশ।

উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ২৯ টা সমষ্টিৰ ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী কৰে।

ইপিনে এগৰাকী বিজেপি নেতাৰ গাড়ীত ইভিএম উদ্ধাৰ হোৱাৰ পিছতে নিৰ্বাচন আয়োগে চাৰিজন নিৰ্বাচন কৰ্মীক আজি নিলম্বিত কৰে। একেদৰে ইভিএম কেইটা ব্যৱহাৰ হোৱা ৰাতাবাৰীৰকেন্দ্ৰটোত নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd