• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধান সভা নিৰ্বাচন : ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত ১২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ সংগ্ৰহ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 3, 2021 7:47 am
Parties_target____
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধান সভা নিৰ্বাচনত ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মানসেৰে বোকাখাতৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে৷

এই ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসম গন পৰিষদ দলৰ সভাপতি অতুল বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাদু টায়ে,  মিনতি দলে,  হৰি প্ৰসাদ শইকীয়া,  তপন কৰ্মকাৰ আৰু জিতু শইকীয়া৷

Apply Now

নিৰ্দলীয় প্ৰাৰ্থী হিচাবে হেমন্ত দলৈ,  জিতেন গগৈ,  সূৰ্য কাকতী,  দুলাল বৰা আৰু প্ৰনৱ দলে মংগলবাৰে মনোনয় পত্ৰ সংগ্ৰহ কৰে৷

ইয়াৰ বিপৰীতে এন চি পি দলৰ হৈ মৃদুল শইকীয়াও বোকাখাতৰ নিৰ্বাচনীয় বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে৷

উল্লেখ্য যে নিৰ্বাচন আয়োগে কৰা ঘোষণা মতে ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত অহা ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷

অসম বিধান সভাৰ ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯৩ নং-বোকাখাত বিধানসভা সমষ্টিৰ মুঠ ১৮৫ টা ভোটগ্রহণ কেন্দ্রত নিৰ্বাচন অনুষ্ঠিত হ’ব।

ইয়াৰে ৮ টা ভোটগ্রহণ কেন্দ্র নগৰাঞ্চলত আৰু ১৭৭ টা ভোটগ্ৰহণ কেন্দ্ৰ গ্রামাঞ্চলত আৱস্থিত। নিৰ্বাচনত সমষ্টিটোত ৩১ টা সহায়ক ভোটগ্রহণ কেন্দ্র স্থাপন কৰিছে প্ৰশাসনে৷

ইফালে বোকাখাত সমষ্টিত ১০ টা ভোটগ্ৰহণ কেন্দ্রক জটিল ভোটগ্ৰহণ কেন্দ্র বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বোকাখাত বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৪৪,৩৬৩ গৰাকী৷ ইয়াৰে ৭২,৪২০ গৰাকী পুৰুষ ভোটাৰ আৰু ৭১,৯৪৩ গৰাকী মহিলা ভোটাৰ৷

সমষ্টিটোত ১৮ৰপৰা ১৯ বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে ১৮৯৭ আৰু ৮০ বছৰ উৰ্ধৰ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৬ গৰাকী৷ বিশেষভাবে সক্ষম ভোটাৰৰ সংখ্যা হৈছে মুঠ ৯৪২ গৰাকী। ইয়াৰে পুৰুষ ভাটাৰৰ সংখ্যা হৈছে 8৫৬ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৮৬ গৰাকী৷

একেদৰে বোকাখাত বিধানসভা সমষ্টিত মুঠ ডি ভোটাৰৰ সংখ্যা হৈছে ২১২ গৰাকী। মুঠ চাৰ্ভিচ ভোটাৰ আছে ৩৫৩ জন।

১,৪৪,৩৬৩ গৰাকী ভোটাৰে অহা ২৭ মাৰ্চত নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰি জন প্ৰতিনিধি নিৰ্বাচনৰ সুবিধা লাভ কৰিব৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd