• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাকাশৰ গভীৰতাত উত্তপ্ত পানীৰ মহাসাগৰ! বিজ্ঞানীৰ আৱিস্কাৰক লৈ কৌতুহল, চলিছে চৰ্চা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 10:43 am
ফটো সৌজন্যঃ দ্য গাৰ্ডিয়ান।

ফটো সৌজন্যঃ দ্য গাৰ্ডিয়ান।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্যোতিৰ্বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰত এনেকুৱা এটা দূৰৱৰ্তী গ্ৰহৰ (এক্সোপ্লেনেট) সন্ধান পাইছে য’ত গভীৰ মহাসাগৰ থাকিব পাৰে বুলি দাবী কৰা হৈছে। পৃথিৱীৰ বাহিৰত বসবাসযোগ্য ঠাইৰ সন্ধানত বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি চেষ্টা চলাই আহিছে।

ব্ৰিটেইনৰ গৱেষকৰ এটা দলে বিশ্বাস কৰে যে সাগৰেৰে আবৃত এই বহিঃগ্ৰহটোৰ আৱিষ্কাৰে তেওঁলোকৰ প্ৰচেষ্টাক আৰু অধিক আগুৱাই নিব। তেওঁলোকে নাছাৰ জেমছ ৱেব স্পেচ টেলিস্কোপ ব্যৱহাৰ কৰি এই পৰ্যবেক্ষণ কৰিছিল।

তেওঁলোকে দাবী কৰিছে যে আমাৰ সৌৰজগতৰ বাহিৰৰ বহিঃগ্ৰহটোৰ বায়ুমণ্ডলত জলীয় বাষ্প, মিথেন আৰু কাৰ্বন ডাই অক্সাইডৰ ৰাসায়নিক নমুনা দেখা গৈছে। এই বহিঃগ্ৰহটোৰ নাম TOI-270D।

Apply Now

জ্যোতিৰ্বিজ্ঞানীসকলে কয় যে এই গ্ৰহটো পৃথিৱীৰ ব্যাসাৰ্ধৰ দুগুণ আৰু পৃথিৱীৰ পৰা ৭০ আলোকবৰ্ষ দূৰত।

লগতে পঢ়কঃ আকাশতে খুলি পৰিল চকা, জৰুৰীকালীন অৱতৰণ যাত্ৰী ভৰ্তি বয়িং বিমানৰ; কঁপি উঠিল যাত্ৰীৰ বুঁকু!

ব্ৰিটেইনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে তেওঁলোকে পৰ্যবেক্ষণ কৰা ৰাসায়নিক পদাৰ্থৰ মিশ্ৰণ পানীৰ জগতখনৰ সৈতে সামঞ্জস্যপূৰ্ণ। তাত আছে হাইড্ৰজেন সমৃদ্ধ বায়ুমণ্ডল আৰু গ্ৰহব্যাপী বিশাল এক মহাসাগৰ।

জেমছ ৱেব টেলিস্কোপৰ তথ্য বিশ্লেষণৰ নেতৃত্ব দিয়া অধ্যাপক নিক্কু মধুসুদনে কয় যে, ‘সেই গ্ৰহটোৰ সাগৰৰ পানী ১০০ ডিগ্ৰী চেলছিয়াছ বা তাতোকৈ উষ্ণ হ’ব পাৰে। বায়ুমণ্ডলৰ চাপ অতি বেছি হোৱাৰ বাবে এই সাগৰখন তৰল অৱস্থাত থাকিব পাৰে।‘ অৱশ্যে গ্ৰহটো বসবাসযোগ্য হয় নে নহয় সেই বিষয়ে তেওঁ স্পষ্টকৈ ক’ব পৰা নাই।

জ্যোতিৰ্বিজ্ঞানীসকলে Astronomy and Astrophysics Letters নামৰ আলোচনীখনত প্ৰকাশিত এক গৱেষণা পত্ৰত এই ব্যাখ্যাৰ সমৰ্থন কৰে। কিন্তু কানাডাৰ বিজ্ঞানীৰ এটা দলে এই বহিঃগ্ৰহটোক অধিক পৰ্যবেক্ষণ কৰাৰ পিছত তেওঁলোকৰ সৈতে মতানৈক্য প্ৰকাশ কৰে। বহিঃগ্ৰহটোৰ বায়ুমণ্ডলতো একেটা ৰাসায়নিক পদাৰ্থ আছে বুলিও তেওঁলোকে মত প্ৰকাশ কৰে।

কিন্তু তেওঁলোকৰ মতে বহিঃগ্ৰহটো তৰল পানীৰ বাবে অতি বেছি উষ্ণ। তেওঁলোকৰ যুক্তি হ’ল পৃষ্ঠভাগ শিলৰ হ’ব পাৰে। ইয়াৰ বায়ুমণ্ডলত ঘন হাইড্ৰজেন আৰু জলীয় বাষ্প থাকিব পাৰে।

লগতে পঢ়কঃ“মই মেছিৰ দেশৰ মানুহ”, কিংবদন্তিৰ নাম শুনিয়েই হামাছে মুকলি কৰি দিলে বৃদ্ধা মহিলাক!

কিন্তু জ্যোতিৰ্বিজ্ঞানীৰ যি মতামতে প্ৰাধান্য নাপাওক কিয়, জেমছ ৱেব টেলিস্কোপৰ আচৰিত অন্তৰ্দৃষ্টি শেহতীয়া পৰ্যবেক্ষণৰ পৰাই ওলাই আহিছে। এই টেলিস্কোপে গ্ৰহটোৰ বায়ুমণ্ডলৰ মাজেৰে ফিল্টাৰ কৰা তৰাৰ পোহৰ ধৰি ৰাখি ইয়াৰ ৰাসায়নিক গঠনৰ বিষয়ে বিতং তথ্য লাভত সহায় কৰে।

উল্লেখ্য যে ২০২১ চনৰ ডিচেম্বৰ মাহত মহাকাশলৈ উৎক্ষেপণ কৰা হৈছিল জেমছ ৱেব টেলিস্কোপ। ই পৃথিৱীৰ পৰা ১০ লাখ মাইল দূৰত অৱস্থিত। ২০২২ চনৰ ১১ জুলাইত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে জেমছ ৱেব টেলিস্কোপৰ দ্বাৰা বন্দী কৰা প্ৰথমখন সম্পূৰ্ণ ৰঙীন ছবি মুকলি কৰিছিল। ১৩০০ বিলিয়ন বছৰৰ ভিতৰত বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ স্পষ্ট ছবি বুলি দাবী কৰা হয়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd