• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত পতঞ্জলিয়ে ক্ষমা বিচাৰিলে অসমবাসীৰ ওচৰত; সতীনাথ বাৰালক দায়িত্বৰ পৰা অব্যাহতিৰ আহ্বান

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 30, 2018 9:44 pm
Satinath Baral

অভিযুক্ত সতীনাথ বাৰাল।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শংকৰদেৱক অপমান কৰাৰ লগতে অসমবাসীক মূৰ্খ বুলি কোৱা পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক উত্তৰ-পূবৰ দায়িত্বৰ পৰা অব্যাহতি দিবলৈ আহ্বান জনাইছে পতঞ্জলি যোগপীঠৰ অসমৰ সকলো কাৰ্য্যকৰ্তাই। এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কেন্দ্ৰৰ কৰ্মকৰ্তাই।

সংবাদ মাধ্যমৰ আগত পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কেন্দ্ৰৰ কৰ্মকৰ্তাই জনোৱামতে, ২৯ ছেপ্তেম্বৰত দৰঙৰ দুনীত ঘটনাটো সংঘটিত হোৱাৰ পিছতে গোটেই অসমৰ শাখাবোৰৰ কৰ্মকৰ্তাসকলে আলোচনা কৰে।

Apply Now

তাৰ পিছত আজি পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কেন্দ্ৰত এখন জৰুৰী কাৰ্য্য নিৰ্বাহক অনুষ্ঠিত হয়। এই কাৰ্য্য নিৰ্বাহকত বিতৰ্কিত নিৰীক্ষকজনৰ মন্তব্যক গৰিহণা দিয়াৰ লগতে তেওঁক অসমৰ দায়িত্বৰ পৰা আঁতৰাবলৈ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অনুৰোধ কৰে।

সেই অনুসৰি আঁতৰাই নিয়া হ’ব বুলি হৰিদ্বাৰৰ পৰা অসমৰ কাৰ্য্যকৰ্তাসকলক আশ্বাস দিয়া বুলি জনায় কৰ্মকৰ্তাজনে।

লগতে নিৰীক্ষকজনৰ মন্তব্যৰ বাবে আজিৰ বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত পতঞ্জলিৰ পৰিয়ালৰ হৈ ক্ষমা বিচাৰে পতঞ্জলি যোগপীঠৰ মিৰ্জাৰ কৰ্মকৰ্তাসকলে।

উল্লেখযোগ্য যে পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বাৰালে শংকৰদেৱক উপলুঙা কৰি মন্তব্য কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছিল। ২৯ তাৰিখৰ যোগ শিবিৰৰ সামৰণি কাৰ্য্যসূচীত সতীনাথ বাৰালে ভাষণ প্ৰসংগত ‘শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয়’, ‘নামঘোষাত একো ভাল কথা নাই’ আৰু ‘নামঘৰত মিঠাতেলৰ চাকি মুৰ্খই জ্বলায়’ ইত্যাদি বহুতো বিতৰ্কিত মন্তব্য কৰিছিল।

মন কৰিব লগীয়া পূৰ্বেও পতঞ্জলিৰ বহিৰাগত কৰ্মকৰ্তাই অসমবাসীৰ প্ৰতি অপমানসূচক মন্তব্য কৰি পিছত ক্ষমা খুজিছিল।

আনহাতে আজি  দিনৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চ নামৰ সংগঠন এটাৰ নেতৃত্বই ভাৰত স্বাভিমান ন্যাস ,অসম প্ৰান্তৰ অধিকাৰীসকলৰ সৈতে এই বিষয়টোত এটা আলোচনাত মিলিত হয় বুলি জানিবলৈ দিছে সংগঠনটোৱে। সংগঠনটোৰ সভাপতি ৰিজু পাঠক আৰু কাৰ্যকৰী সভাপতি দীপজ্যোতি চহৰীয়াৰ নেতৃত্বত এটা সঁজাতী দলে এই আলোচনাত ভাগ লয়। আলোচনাকালত যোগগুৰু ৰামদেৱৰ প্ৰতিনিধিয়ে যুৱ মঞ্চৰ সভাপতিৰ সৈতে টেলি কনফাৰেন্সৰ যোগে বাৰ্তালাপ হয় আৰু এই বাৰ্তালাপৰ যোগেদি তেওঁলোকে সমগ্ৰ অসমবাসীৰ ওচৰত বিষয়টো সন্দৰ্ভত ক্ষমা প্ৰাৰ্থনা বিচাৰে। লগতে যোগ নিৰীক্ষণ সতীনাথ বাৰালক সকলো দায়িত্বৰ পৰা তৎক্ষণিকভাৱে কাৰ্যকৰীহোৱাকৈ অব্যাহতি দিয়ে বুলি সংগঠনটোৰ পৰা জনোৱা হৈছে।

ইফালে আজি অভিযুক্ত যোগ নিৰীক্ষকগৰাকীৰ বিৰুদ্ধে দুখন শুৱালকুছি থানা আৰু গুৱাহাটীৰ পাণবজাৰ থানাত দুখনকৈ এজাহাৰ দাখিল হৈছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd