• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড; কমেও ১০ জন যাত্ৰীৰ মৃত্যু,গুৰুতৰভাৱে আহত ২০ জন

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 26, 2023 10:41 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। শনিবাৰে পুৱাই তামিলনাডুৰ মাদুৰাইত এখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হয়। সেই ঘটনাত কমেও ১০ জন যাত্ৰীৰ মৃত্যু হৈছে। আনহাতে, এই অগ্নিকাণ্ডত কমেও ২০ জন লোক গুৰুতৰভাৱে আহত হৈছে।

বাতৰি অনুসৰি, জুই লগা ৰে’লখন আছিল এখন পৰ্যটন ৰে’ল। ঘটনাৰ সময়ত মাদুৰাই ৰে’ল ষ্টেচনৰ বাহিৰত পুৰণি লেনত ৰৈ আছিল। আহতসকলক মাদুৰাইৰ চৰকাৰী ৰাজাজী চিকিৎসালয়ত ভৰ্তি কৰি উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ৰে’লত একাধিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল যদিও এনেদৰে যাত্ৰীসকলৰ মৃত্যু হোৱা নাছিল।

Apply Now

ইয়াৰ পূৰ্বে শেহতীয়াকৈ বেংগালুৰু আৰু গোৱালিয়ৰত একেদিনাই দুখনকৈ ৰে’লত অগ্নিকাণ্ড সংঘটিত হৈছিল। বাংগালুৰু কাণ্ডত উদয়ন এক্সপ্ৰেছৰ ইঞ্জিন আৰু বি ১ আৰু বি ২ ডবাত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই। ইয়াৰ পূৰ্বে শেহতীয়াকৈ স্থানীয় আপ কল্যাণী সীমান্তৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। ঘটনাৰ বাবে প্ৰায় ডেৰ ঘণ্টা ধৰি ষ্টেচনত ৰৈ আছিল ৰে’লখন। প্ৰাথমিক তদন্তৰ অন্তত জানিব পৰা গৈছে যে শ্বৰ্ট চাৰ্কিটৰ পৰা জুইৰ সূত্ৰপাত হৈছিল।

ইপিনে, যোৱা মাহত জুলাই মাহত পুনৰ বন্দে ভাৰতৰ এখন ৰে’লত অগ্নিকাণ্ড সংঘটিত হয়। ১৭ জুলাইৰ পুৱতি নিশা মধ্যপ্ৰদেশৰ কুৰৱাই কেথোৰা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা। ভূপালৰ পৰা দিল্লীৰ হজৰত নিজামুদ্দিন টাৰ্মিনেললৈ গৈ আছিল ৰে’লখন। ৰে’লখনৰ C12 ডবাটোৰ তলত অগ্নিকাণ্ড সংঘটিত হয়। অৱশ্যে সেই ঘটনাতো কোনো লোক হতাহতি হোৱা নাছিল।

ভাৰতীয় ৰে’লৱেৰ তথ্য অনুসৰি ৰে’লখন ৰাণী কমলাপতি ষ্টেচনৰ পৰা ওলাই যোৱাৰ সময়তে এখন ডবাৰ বেটাৰীৰ বাকচত জুই লাগিছিল। অগ্নিনিৰ্বাপক বাহিনীৰ ঘটনাৰ খবৰ পোহৰলৈ অহাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰা হয়। বিষয়টোৰ পুংখানুপুংখ তদন্তৰ অন্তত ৰে’লখন পুনৰ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয়।

আনহাতে,, ছেকেণ্ডৰাবাদ অভিমুখী ফাল্কনুমা এক্সপ্ৰেছৰ এটা এ চি কম্পাৰ্টমেণ্টত পূৰ্বে জুই লাগিছিল। যদিও এই ঘটনাত কোনো লোক আহত হোৱা নাছিল, তথাপিও আতংকিত হৈ পৰিছিল যাত্ৰীসকল। সেই ৰে’লখন হাওৰাৰ পৰা ওলাই আহিছিল। প্ৰথমে যান্ত্ৰিক বিঘিনিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছিল। জানিব পৰা মতে, ছেকেণ্ডৰাবাদ ষ্টেচনৰ প্ৰায় ওচৰ পাইছিলফাল্কনুমা এক্সপ্ৰেছ। গন্তব্য স্থান পাবলৈ কেইমিনিটমান বাকী থকাৰ সময়তে এচি ৰুমৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am
ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ মাচুল ভৰিব লাগিব নেকি ভাৰতে? মাৰ্কিন সংসদত গৃহীত নতুন  ১০০ শতাংশ শুল্ক আৰোপৰ বিধেয়ক গৃহীত

September 17, 2026 7:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd