• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা; কমেও ১০ জন নিহত, ২৫জনৰো অধিক আহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 30, 2021 11:38 am

1 min read

WhatsApp Image 2021-01-30 at 11.18.40 AM

ফটো সৌজন্য: ইণ্ডিয়া টুডে।

227
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মিনিবাছ আৰু ট্ৰাকৰ মাজত সংঘটিত সংঘৰ্ষত কমেও ১০ জন লোক নিহত হোৱাৰ খৱৰ পোৱা গৈছে।

বাতৰি অনুসৰি, দুৰ্ঘটনাত আন ২৫জনৰো অধিক লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে। এই দুৰ্ঘটনাৰ শোক প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

ঘটনা অনুসৰি, শনিবাৰে পুৱাই মোৰাদাবাদৰ পৰা কুন্দৰকি থানা অঞ্চলত এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, এখন মিনিবাছ আৰু ট্ৰাকৰ সংৰ্ঘষ লগাৰ পাছত আৰু এখন গাড়ী আহি দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখনত খুন্দা মাৰে। ফলত হতাহতৰ সংখ্যা অধিক বৃদ্ধি পাইছে।

আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হাস্পাতললৈ প্ৰেৰণ কৰে। আহতসকলৰ মাজৰ কেইবাজনৰো অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

গোটেই দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত সকলৰ পৰিয়ালৰ আত্মীয়লৈ সমবেদনা জনোৱাৰ লগতে ২লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে।

আনহাতে, দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে ৫০হাজাৰকৈ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰখনে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd