• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেক্সিকোত মাটি খান্দোতে ওলাইছে হিম যুগৰ হাতীৰ বংশধৰৰ কংকাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 12, 2020 6:24 pm

1 min read

mamth
344
VIEWS
Share on FacebookShare on Twitter

মেক্সিকোত এতিয়া চলিছে এটা বৃহৎ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ নিৰ্মাণৰ কাম।

মেক্সিকো চিটিৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত অৱস্থিত জাম্পাংগো নামৰ ঠাইখনত বিমান বন্দৰ নিৰ্মাণৰ বাবে খন্দা হৈছে মাটি।

মাটি খান্দি থাকোতে শ্ৰমিকৰ কোৰৰ চাবত উঠি আহিছে কেৱল কংকাল।

সেয়া অৱশ্যে কোনো নৰ কংকাল নহয়, সেয়া হাতীৰ বংশধৰ বুলি জনাজাত মামথৰ কংকাল।

পৃথিৱাৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বে হেৰাই যোৱা মামথৰ কংকাল উদ্ধাৰৰ ঘটনাকলৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিজ্ঞানী সকল।

পুৰাত্ত্ববিদ ৰুবেন মনজানিল্লাই প্ৰকাশ কৰা মতে উদ্ধাৰ হোৱা মামথৰ কংকাল সমূহৰ বয়স প্ৰায় ২৪ হাজাৰ বছৰ হ’ব।

উক্ত স্থানত একেলগে প্ৰায় ২০০ টা মামথৰ কংকাল উদ্ধাৰ হৈছে।

পুৰাত্ত্ববিদ মনজানিল্লাৰ মতে পৃথিৱীত যেতিয়া হিম যুগ চলি আছিল তেতিয়া হয়তো সেই ঠাইখন ঘাঁহ-বনেৰে সেউজীয়া হৈ আছিল।

সেই স্থানলৈ চৰিবলৈ আহিছিল জাকে জাকে বৃহৎ আকৃতিৰ মামথ।কিন্তু সেই স্থানত থকা বোকাৰ মাজত হয়তো মামথবোৰ আৱদ্ধ হৈ পৰিছিল আৰু তেনেকৈয়ে সিহঁতৰ মৃত্যু ঘটিছিল।

হিম যুগৰ এই প্ৰাণী বিধ পৰৱৰ্তী সময়ত পৃথিৱীৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল। মাথো ৰৈ গৈছিল মামথৰ বংশধৰ হাতী।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd