• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰিমিয়াত পাহাৰত খুন্দা মাৰি বিধ্বস্ত ৰাছিয়াৰ সামৰিক বিমান; ২৯ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:44 am
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিমিয়াৰ এটা ঠেক পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ৰাছিয়াৰ সামৰিক এন-২৬ কাৰ্গো বিমান। এই দুৰ্ঘটনাত ২৯ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত পাইলট আৰু ৬ জন ক্ৰু মেম্বাৰ আছে। বাকীসকল যাত্ৰী।

বুধবাৰে পুৱা ৰাছিয়াৰ সংবাদ সংস্থা TASS য়ে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে সন্ধিয়া ৬ বজাত (মস্কোৰ সময় অনুসৰি) বিমানখনৰ সৈতে যোগাযোগ হেৰাই গৈছিল। যান্ত্ৰিক বিজুতিৰ বাবেই এই বিপৰ্যয়ৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হৈছে।

Apply Now

দুৰ্ঘটনাস্থলী চিনাক্ত কৰা হৈছে যদিও ৰাছিয়াৰ সেনাই এতিয়াও কোনো বিতং তথ্য প্ৰদান কৰা নাই। বিমানখনত কিমানজন যাত্ৰী আছিল সেয়াও জানিব পৰা হোৱা নাই।

অৱশ্যে এটা সূত্ৰই দাবী কৰিছে যে বিমানখনত কোনো মিছাইল বা ড্ৰ’নে আক্ৰমণ কৰা নাছিল। আনকি কোনো চৰাইৰ সৈতে সংঘৰ্ষৰ বাবেও এই দুৰ্ঘটনা সংঘটিত হোৱা নাই। দুৰ্ঘটনাৰ কাৰণ জানিবলৈ সামৰিক আয়োগৰ সদস্যসকলে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে।

এন-২৬ বিমানত সৰ্বাধিক ৪০ জন যাত্ৰী আৰু সামগ্ৰী কঢ়িয়াব পাৰি। এই বিমানখন ১৯৬০ চনৰ পৰা সামৰিক আৰু অসামৰিক পৰিবহণৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা হয়। ৰাছিয়াৰ এই সামৰিক বিমানখনে কম আৰু মজলীয়া দূৰত্ব অতিক্ৰম কৰিব পাৰে। ইয়াৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল ৰাছিয়াৰ সামৰিক বিমানৰ। কেতিয়াবা প্ৰশিক্ষণৰ সময়ত, কেতিয়াবা টহলৰ সময়ত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।

এক সূত্ৰৰ মতে, ইয়াৰ পূৰ্বে ইউক্ৰেইন, দক্ষিণ চুডান আৰু আইভৰি কোষ্টত এন-২৬ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছিল। ২০২২ চনত ইউক্ৰেইনৰ দক্ষিণ-পূব অঞ্চলৰ জাপ’ৰিজিয়া অঞ্চলত এন-২৬ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। ২০২০ চনত এই এন-২৬ বিমানখন উত্তৰ-পূব ইউক্ৰেইনত প্ৰশিক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ২৭ জন লোকৰ মৃত্যু হৈছিল।

সেই বছৰতে দক্ষিণ চুডানত বিমান দুৰ্ঘটনাত ৫ জন ৰাছিয়ান নাগৰিককে ধৰি ৮ জন লোকৰ মৃত্যু হয়। ২০১৭ চনত পশ্চিম আফ্ৰিকাৰ আইভৰি কোষ্টত এন-২৬ বিমান দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd