• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শোকাৱহ ৰেল দুৰ্ঘটনা : মৃত্যুমুখত পৰিল কমেও ৪৮জন যাত্ৰী, ৭২ জন আঘাতপ্ৰাপ্ত, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2021 3:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাইৱানত সংঘটিত হৈছে এটি শোকাৱহ দুৰ্ঘটনা।

শুকুৰবাৰে দেশখনৰ এটা ৰেল দুৰ্ঘটনাত কমেও ৪৮জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ৭২জন লোক আঘাতপ্ৰাপ্ত হৈছে।

Apply Now

ট্ৰেইনখনে এটা সুৰংগৰে যাত্ৰা কৰি থকা অৱস্থাত এখন ট্ৰাকক খুন্দা মাৰে আৰু দুৰ্ঘটনাত পতিত হয়।

এইটো যোৱা চাৰিটা দশকৰ ভিতৰত দেশখনৰ আটাইতকৈ বৃহৎ ৰেল দুৰ্ঘটনা।

বিভাগীয় সূত্ৰই জনোৱামতে, ট্ৰেইনখনে দেশখনৰ ৰাজধানী টাইপেইৰ পৰা টাইটুং নামৰ ঠাইখনলৈ যাত্ৰা কৰি আছিল।

ট্ৰেইনখনত ৩৫০ জন যাত্ৰীকে ধৰি কেইবাজনো পৰ্যটকো আছিল।

দেশখনৰ পূব প্ৰান্তৰৰ হুৱালিয়েন নামৰ ঠাইখনত ট্ৰেইনখন দুৰ্ঘটনাত পতিত হয়।

ইতিমধ্যে ট্ৰেইনখনৰ প্ৰথম চাৰিটা দবাৰ পৰা প্ৰায় ১০০ জন লোকক উদ্ধাৰ কৰাৰ বিপৰীতে পাঁচৰ পৰা আঠ নম্বৰ দবাকেইটা সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ বাবে উদ্ধাৰকাৰ্য কঠিন হৈ পৰিছে।

সংবাদমাধ্যমত প্ৰকাশ পোৱা মতে, ট্ৰেইনখনে খুন্দা মৰা ট্ৰাকখন ভালদৰে পাৰ্কিং কৰা হোৱা নাছিল।

উল্লেখযোগ্য যে ট্ৰেইনখনে যাত্ৰা কৰা টাইৱানৰ পূব প্ৰান্তৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু।

ৰাজধানী টাইপেইৰ পৰা পূব প্ৰান্তৰলৈ যোৱা ৰেল লাইনটো ৰোমাঞ্চকৰ যাত্ৰাৰ বাবে বিখ্যাত।

শুকুৰবাৰে সংঘটিত হোৱা ৰেল দুৰ্ঘটনাটোৰ উপৰিও ২০১৮ আৰু ১৯৮১ চনতো দেশখনত বৃহৎ ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল।

২০১৮ চনত দেশখনৰ উত্তৰপূব অঞ্চলৰ এটা ৰেল দুৰ্ঘটনাত ১৮জন যাত্ৰীৰ প্ৰাণহানি হোৱাৰ বিপৰীতে ১৭৫ জন লোকে আঘাতপ্ৰাপ্ত হৈছিল।

আনহাতে ১৯৮১ চনত দেশখনৰ উত্তৰ অঞ্চলত ৩০ জন যাত্ৰীৰ মৃত্যু হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd