• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অটল পেন্সন যোজনাত কিমান ধন জমা কৰিলে আপুনি মাহিলি লাভ কৰিব ৫০০০ টকা পেন্সন?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2020 8:15 am
প্ৰতিনিধিত্বমূলক ফ'টো

প্ৰতিনিধিত্বমূলক ফ'টো

36.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰত চৰকাৰৰ অটল পেন্সন যোজনা(APY)ই আকৰ্ষণীয় সুবিধা আগবঢ়াইছে ভাৰতৰ নাগৰিকৰ বাবে।

পেন্সন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভ’লেপমেন্ট অথ’ৰিটি(PFRDA) ৰ অধীনত এই যোজনাই ১৮ বছৰৰ পৰা ৪০ বছৰৰ নাগৰিকৰ বাবে বীমা সম্পৰ্কীয় কিছুমান বিশেষ সুবিধা আগবঢ়াইছে।

APY ৰ অৰ্হতাৰ মাপকাঠি

সামাজিক নিৰাপত্তা আঁচনি হিচাপে মুকলি কৰা এই আঁচনিৰ অধীনত ৬০ বয়স হোৱাৰ লগে লগে পৰা ১,০০০ পৰা ৫,০০০ টকালৈকে পেন্সন লাভ কৰিব পাৰিব। ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ ভাৰতীয় নাগৰিকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।

APY প্ৰিমিয়াম

আঁচনিৰ চাইক্ৰাইবাৰে মাহিলি, তিনিমহীয়া আৰু ছমহীয়া কিষ্টিত প্ৰিমিয়াম দিব পাৰিব।

APY পেন্সনৰ গ্যেৰাণ্টি

আঁচনিৰ অধীনত প্ৰিমিয়াম হিচাপে জমা কৰা ধনৰ পৰা পলিচি হ’ল্ডাৰে ৬০ বছৰৰ পৰা পেন্সন লাভ কৰিব। পলিচি হ’ল্ডাৰে প্ৰিমিয়াম হিচাপে জমা কৰা ধনৰ ওপৰত ভিত্তি কৰি পেন্সনৰ পৰিমাণ নিৰূপন কৰা হ’ব।

APYৰ আয়কৰ সুবিধা

APYৰ আঁচনিত জমাকৰ্তাই ২ লাখ টকালৈকে 80CCD (1)  আয়কৰ এক্ট ১৯৬১ৰ অধীনত আয়কৰ সম্বন্ধীয় কিছুমান সুবিধাও লাভ কৰিব।

APYৰ ন্যূনতম আৰু সৰ্বোচ্চ প্ৰিমিয়াম

মাহে ১,০০০ ৰ পৰা ৫,০০০ টকাৰ পেন্সন লাভ কৰিব পাৰিব এই আঁচনিৰ হিতাধিকাৰীয়ে। ১৮ বছৰ পৰা আৰম্ভ কৰা ব্যক্তিয়ে ৪২ টকাৰ পৰা ২১০ টকাকৈ মাহিলি জমা কৰিব লাগিব। আনহাতে ৪০ বছৰৰ ব্যক্তিয়ে মাহিলি ২৯১ টকাৰ পৰা ১,৪৫৪ টকাকৈ জমা থব লাগিব।

অৰিহণা

প্ৰিমিয়ামক ইয়াত অৰিহণা বুলি কোৱা হৈছে। ১৮ৰ পৰা ৩৯ বছৰৰ ভিতৰত মাহিলি ১২৬ টকাৰ পৰা ৭৯২ টকাকৈ জমা কৰিলে ন্যূনতম পেন্সনৰ গ্যাৰাণ্টি হৈছে ৩,০০০ টকা। ডেথ বেনিফিট হিচাপে পৰিয়ালে লাভ কৰিব ৫.১ লাখ টকা।

১৮ৰ পৰা ৩৯ বছৰৰ ভিতৰত মাহিলি ১৬৮ টকৰা পৰা ১০৫৪ টকা জমা কৰিলে পেন্সনৰ গ্যাৰাণ্টি হৈছে ৪,০০০ টকা। ইয়াৰ ডেথ বেনিফিট ৬.৮ লাখ টকা।

৫,০০০ টকাৰ মাহিলি পেন্সনৰ ন্যূনতম গ্যাৰাণ্টিৰ বাবে বয়সৰ উক্ত সময় সীমাৰ ভিতৰত প্ৰিমিয়ামৰ পৰিমাণ হ’ব ২১০ টকাৰ পৰা ১৩১৮ টকা। যাৰ ডেথ বেনিফিট হ’ব ৮.৫ লাখ টকা।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd