DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Athletes felicitated অসম যুৱ অলিম্পিকত পদক লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈক অভিনন্দন জ্ঞাপন

কাজী জেইদুল ইছলাম, বিশ্বনাথ by কাজী জেইদুল ইছলাম, বিশ্বনাথ
July 26, 2022 4:31 pm
79
VIEWS
Share on FacebookShare on Twitter

অসম যুৱ অলিম্পিক আৰু ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত পদক বুটলিবলৈ সক্ষম হোৱা বিশ্বনাথৰ কেইবাগৰাকী খেলুৱৈক আজি বিশ্বনাথত অভিনন্দন জনোৱা হয়।

বিশ্বনাথ চাৰিআলিৰ লি পেলেচৰ সভাকক্ষত আমাৰ বিশ্বনাথৰ সাংবাদিক কাজি জেইদুল ইছলামে আত ধৰা অভিনন্দন অনুষ্ঠানত অসম যুৱ অলিম্পিকত জুড প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰা বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমীৰ ছাত্ৰ ভাস্কৰ জ্যোতি শইকীয়াক অভিনন্দন জনোৱা হয়।

ইয়াৰ লগতে বঙাইগাঁৱত অনুষ্ঠিত হোৱা ৩৭ সংখ্যক অসম ৰাজ্যিক টাইকোৱাণ্ড প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা ভূমিস্হা দাস আৰু হিমশিখা দাস, ৰূপৰ পদক লাভ কৰা প্ৰিয়দৰ্শনী লামা আৰু নয়নী গগৈ, ব্ৰঞ্জৰ পদক লাভ কৰা ঋষভ নাথ, আৰাধ্যা প্ৰিয়ম, ঋষিকা কুৰ্মী, অধিৰাজ হাজৰিকা, বৰ্ণিল ফুকন, সুদীপ্ত নয়ন বৰাকো অভিনন্দন জনোৱা হয়।

বিশ্বনাথৰ চেম্পিয়নছ মেকাৰ একাডেমী, বিশ্বনাথ জিলা টাইকোৱাণ্ড সংস্হা আৰু বিশ্বনাথ জিলা জুড সংস্হাৰ উদ্যোগত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা, উপ আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, বিশ্বনাথ জিলা জুড সংন্থাৰ সভাপতি আমিৰ খান, চিকিৎসক ডা’ মিতালী গগৈ , বিশ্বনাথৰ জ্ঞান ভাৰতী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কিৰণ ৱালা দেৱী আদিয়ে।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd