• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এগৰাকী বোৱাৰীক ধৰ্ষণৰ চেষ্টা : দুষ্কৃতিকাৰীৰ গুপ্তাংগ কাটিলে ভুক্তভোগী বিধৱা মহিলাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 11, 2020 5:55 pm

1 min read

aaaaaaa
912
VIEWS
Share on FacebookShare on Twitter

ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা এজন লম্পটৰ গুপাংগ কাটিলে এগৰাকী মহিলাই।

ঘটনাটো ঘটিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ দক্ষিণ জনপদ জিলাত।

ঘটনাৰ বিৱৰণীৰ মতে দেশখনৰ দক্ষিণ জনপদ জিলাৰ ভোলাৰ চৰফাচন উপ জিলাৰ ৰসুলপুৰ ইউনিয়নৰ ভাষানচৰ গুচ্চ গাঁৱৰ এগৰাকী বিধৱা মহিলাৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণৰ চেষ্টা কৰিছিল মহম্মদ নইম নামৰ এগৰাকী লোকে।

ধৰ্ষণৰ পৰা নিজক ৰক্ষা কৰিবলৈ লোকজনৰ গুপাংগ কাটি পেলালে ভুক্তভোগী মহিলা গৰাকীয়ে।

স্থানীয় শশীভুষণ থানাত ধৰ্ষণৰ চেষ্টাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে যদিও অভিযুক্ত মহম্মদক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

ইফালে অভিযুক্ত মহম্মদ নইমে ভুক্তভোগী মহিলাগৰাকীৰ বিৰুদ্ধে আদালত ওলোটাই গোচৰ তৰা বুলি জানিব পৰা গৈছে।

অভিযুক্ত মহম্মদ নেইমেই ভুক্তভোগী মহিলা গৰাকীৰ লগতে সাক্ষ্য প্ৰদান কৰিব খোজা লোকসকলকো ভাবুকি দিয়া বুলি জানিব পৰা গৈছে। ফলত নিৰাপত্তাহীনতাত ভুগিছে ভুক্তভোগী বিধৱা মহিলা গৰাকী।

উল্লেখ্য যে বাংলাদেশত ধৰ্ষণজনিত কাণ্ডই সৰ্বকালৰ অভিলেখ ভংগৰ দিশে অগ্ৰসৰ হৈছে।

ইয়াৰ এদিন পূৰ্বে চট্টগ্ৰামত এগৰাকী মহিলা গণধৰ্ষণ বলি হৈছিল। উক্ত গণধৰ্ষণৰ আঠ অভিযুক্তক চট্টগ্ৰাম মেট্ৰোপলিটান মেজিষ্ট্ৰেট খাইৰুল আমিনৰ আদালতে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd