• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাওঁ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী সমদল

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 30, 2021 6:03 pm
TOPSHOTS
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ জনজাতি ছাত্ৰ সন্থা দীৰ্ঘদিন ধৰি চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠী আৰু অসমৰ জাতীয় জীৱনৰ সমস্যাক লৈ মাত মাতি আহিছে । আমণিৰ পৰা ধৰি আঞ্জুকপানী লৈ যোৱা মূল পথটো একেবাৰে জৰাজীৰ্ণ হৈ পৰাৰ  ফলত পথচাৰীসকল বিশেষকৈ  ছাত্ৰ ছাত্ৰী ,ৰোগী,যান বাহন  আদিৰ চলাচলত ভীষণ অসুবিধাৰ সৃষ্টি  হৈছে।

এই বিষয়ে ক্ষোভ প্ৰকাশ কৰি শালনা গড়কাপ্তানী পথত আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাওঁ জিলা সমিতিৰ বিষয়ববীয়া ক্ৰমে নগাওঁ জিলাৰ সভাপতি মহেন্দ্ৰ নায়ক কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মানিক তাছা ,নগাওঁ জিলাৰ উপ সভাপতি অভিজিত দিগাল,কলিয়াবৰ শাখাৰ উপ সভাপতি নৰেশ গুৱালাকে ধৰি স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক লগত লৈ পথ অৱৰোধ কৰে। প্ৰতিবাদকাৰীসকলে  হাতে হাতে প্লেকাৰ্ড লৈ  মন্ত্ৰী কেশৱ মহন্ত হুচিয়াৰকে ধৰি বিভিন্ন চৰকাৰ বিৰোধী  শ্ল’গান দিয়ে।

Apply Now

প্ৰতিবাদৰ অন্তত কলিয়াবৰ মহকুমা প্ৰশাসনৰ দণ্ডাধীশ বিষয়াৰ হাতত বিভাগীয় কৰ্তৃপক্ষক আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা নগাওঁ জিলা সমিতিৰ বিষয় ববীয়াসকলে।

অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থাই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এক বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব বুলিও জানিবলৈ দিয়ে ।

(১)সন্থাই জনোৱা দাবী সমূহৰ ভিতৰত কেইটামান হ’ল—আমণিৰ পৰা আঞ্জুকপানীলৈ যোৱা পথটো অতি সোনকালে নিৰ্মাণৰ বাবে ব্যৱস্থা কৰিব লাগে।২)বৰজুৰি পৰা ধৰি ৰঙামাটি , ননৈ, উদমাৰী ,কঁঠালগুৰি আৰু চামগুৰি লৈ যোৱা মূল পথসমুহ অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে ।

(৩) কাৰ্বিআংলংত অবধ্যভাবে ,যধে মধে শিলৰ মহল কুঁৱাৰী আবন্টন দিয়াৰ অভিযোগ উঠিছে। অবধ্য কোৱাৰী বা বালি / মাটি খননকাৰ্য বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।(৪)ঐতিহ্যমণ্ডিত বনভোজস্থলী প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰিপৰা বৰজুৰি অঞ্চলটোত কোৱাৰী খনন কাৰ্য্য বন্ধ কৰিব লাগে ।

(৫)কঠালগুৰিত জনবসতি এলেকাত অৱস্থিত এক বৃহৎ ক্ৰেচাৰ (RS) আৰ এছ গান্ধী নামৰ ক্ৰেচাৰ খন দিনে নিশাই অনিয়মভাবে চলাই । যাৰ ফলত স্থানীয় ৰাইজৰ বিভিন্ন ধৰণৰ ক্ষতিগ্ৰস্থ হোৱা দেখা যায় ।যেনে ছাত্র ছাত্ৰী পঢ়া শুনা ক্ষেত্ৰত , ধূলি মাকতি,শব্দ প্ৰদূষণ আদি সেয়েহে ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব ।(৬)শিল কঢ়িয়াই অনা গধুৰ দাম্পাৰ গাড়ী কিছুমান লোকক দুৰ্ঘটনা সংগঠিত কৰি মালিক পক্ষ কোনো ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় সহযোগ বা খা খবৰ লোৱা দেখা নগল তাৰ বাবে ব্যৱস্থা গ্রহণ কৰক।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm
গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

গুৱাহাটীত সেউজ বাছৰ বিৰুদ্ধে কঠোৰ অভিযান : ৬৩ চালকৰ লাইচেন্স বাতিল

July 8, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd