• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আটছাৰ গোলাঘাট জিলা সমিতিৰ পৰা তিনি নেতাক নিলম্বন; সাংবাদিক সন্থাৰ সিদ্ধান্ত প্ৰত্যাহাৰ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
October 17, 2021 2:26 pm
IMG_20211016_181329

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ATTSA Suspended members অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিৰ বাতৰি পৰিৱেশন নকৰাৰ বাবে বোকাখাতৰ সমুহ সাংবাদিকে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে সাংবাদিকসকলে ৷

শনিবাৰৰ দিনা বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ সমুহ সাংবাদিক আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ সাংগঠনিক সম্পাদক, ক্ৰীড়া সম্পাদককে ধৰি প্ৰতিনিধিৰে হোৱা এক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

আলোচনাত ছাত্ৰ সংগঠনটোৰ শিক্ষা সম্পাদক নয়নজ্যোতি নাহক, বোকাখাত শাখাৰ উপ সভাপতি সমুজ্জল দ’ৰা, সদস্য কিষাণ তাঁতী আৰু দীপক গঞ্জু উপস্থিত থাকে ৷

Apply Now

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত শাখা সমিতিয়ে ৯ অক্টোবৰত বোকাখাত নাট্যমন্দিৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাইছিল য’ত উপস্থিত আছিল বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে মহকুমাধিপতি ডাঃ নেহা যাদৱ ৷

Also Read: মৰেল পুলিচৰ উদ্ভণ্ডালি; মাজ ৰাস্তাত হিজাব খুলিবলৈ বাধ্য কৰালে যুৱতীক!

কিন্তু সংগঠনটোৱে বোকাখাতৰ কোনো সাংবাদিককে অনুষ্ঠানলৈ আমন্ত্ৰণ কৰা নাছিল৷

ইয়াৰ বাবে বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এছোচিয়েশ্যন বোকাখাতৰ মাজত হোৱা এই ত্ৰিপাক্ষিক আলোচনাত বোকাখাতৰ সমুহ সাংবাদিকে অনিৰ্দিষ্ট কালৰ বাবে আটছাৰ বাতৰি পৰিৱেশনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷

শনিবাৰৰ বৈঠকৰ পিছত এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে বোকাখাতৰ সমুহ সাংবাদিকে৷

Also Read: ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল শিক্ষক

ইফালে ৯ অক্টোবৰত আয়োজিত আটছাৰ অনুষ্ঠানৰ মঞ্চত তেলচুৰিৰ কাৰ্যৰ লগত জড়িত হৈ অগ্ৰিম জামিন লোৱা এজন ৰাজনৈতিক ব্যক্তিক গামোছা পিন্ধাই সম্বৰ্ধনা জনোৱাৰ বাবে আটছাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক সুশীল কালিন্দী, বোকাখাত শাখাৰ সভাপতি সুৰজিত পাইক আৰু সম্পাদক অমৃত সাগৰ তাঁতীক এমাহৰ বাবে সংগঠনৰ পৰা নিলম্বিত কৰিছে আটছাৰ গেলাঘাট জিলা সমিতিয়ে ৷

যোৱা ১২ অক্টোবৰত গোলাঘাটত অনুষ্ঠিত আটছাৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd