• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰক নিৰ্দয়ভাৱে প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2021 8:41 am
Tamil Nadu: Govt School Teacher Brutally Thrashes Class 12 Student For ‘Skipping Lecture’
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ফিল’বাৰীৰ শিক্ষয়ত্ৰীক অপমানৰ ঘটনাই ৰাজ্যত তোলপাৰ লগাই থকাৰ মাজতে এজন শিক্ষকৰ নিৰ্দয়তাই বাতৰিৰ শিৰোনাম দখল কৰিছে।

অৱশ্যে এই ঘটনাৰ কেন্দ্ৰস্থল অসম নহয়, তামিলনাডুত সংঘটিত হৈছে এই বিক্ষিপ্ত ঘটনা।

তামিলনাডুৰ এগৰাকী শ্ৰেণী শিক্ষকে এজন শিক্ষাৰ্থীক নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো তামিলনাডুৰ কুড্ডালোৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ৰ।

ভিডিঅ’টোত দেখা গৈছে যে শিক্ষকগৰাকীয়ে ছাত্ৰজনক আঁঠু কঢ়োৱাৰ লগতে এডাল বেতেৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি ছাত্ৰজনক চুলিত ধৰি টনা–আঁজোৰা কৰে আৰু লঠিয়ায়।

শিক্ষকগৰাকীৰ এই কাণ্ড শ্ৰেণীকোঠাটোৰ ভিতৰত থকা এগৰাকী ছাত্ৰই ফোনত ৰেকৰ্ড কৰিছিল। পিছত ভিডিঅ’টো প্ৰচাৰ হোৱাত ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হয় আৰু অনুসন্ধান নামি পৰে প্ৰশাসন।

Apply Now

জানিব পৰা মতে, শিক্ষকগৰাকীৰ নাম এম সুব্ৰমণিয়ম আৰু এনে নিগ্ৰহৰ সন্মুখীন হোৱা ছাত্ৰজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত।

ছাত্ৰজন শ্ৰেণী শ্ৰেণীকোঠাত উপস্থিত নথকাক লৈ সোধা–পোছা কৰাৰ সময়ত এইদৰে প্ৰহাৰ কৰে শিক্ষকজনে। স্কুলৰ অধ্যক্ষই জনোৱা মতে, ৮ গৰাকী ছাত্ৰই প্ৰথমটো ক্লাছ কৰে যদিও ইয়াৰ পিছৰ পদাৰ্থ বিজ্ঞানৰ শ্ৰেণীত উপস্থিত নাছিল।

তেওঁলোক আটায়ে স্কুলৰ দ্বিতীয় মহলাত বহি থকা দেখা পাই ততালিকে ক্লাছলৈ আহিবলৈ কোৱা হয়। আনহাতে যিগৰাকী ছাত্ৰক প্ৰহাৰ কৰা হৈছিল তেওঁ পদাৰ্থ বিজ্ঞানৰ নোটবুক আনিবলৈ পাহৰি যোৱা বুলি উল্লেখ কৰি শিক্ষকগৰাকীৰ অনুমতি লৈ নোটবুক আনিবলৈ গৈছিল যদিও বাহিৰত অন্য ছাত্ৰৰ লগত বহি কথা পাতি আছিল।

ইয়াতে ক্ষুণ্ণ হৈ ছাত্ৰগৰাকীক মিছা মাতি ক্লাছ নকৰাৰ বাবে এইদৰে প্ৰহাৰ কৰে। কিন্তু ভিডিঅ’টোত শিক্ষকগৰাকীৰ নিষ্ঠুৰতাই সকলো সীমা পাৰ কৰা দেখা গৈছিল।

শিক্ষকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হয় আৰু গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নিলম্বন কৰা হৈছে শিক্ষকগৰাকীক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

বিজেপিৰ পৰা পদত্যাগ সীমান্ত শেখৰৰ, চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ পদৰো এৰিলে দায়িত্ব

September 22, 2026 5:10 pm
‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd