• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাৱধান! মন্ত্ৰী অতুল বৰাৰ সন্দেহ ক’ৰ’নাৰ দৰে এক মাৰাত্মক ৰোগত মৃত্যু হৈছে অসমৰ গাহৰি

'সাধাৰণ ছোৱাইন ফেভাৰত মৃত্যু হোৱা নাই অসমৰ গাহৰি', মন্ত্ৰী অতুল বৰা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 29, 2020 7:18 pm
index.jpg55
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত অস্বাভাৱিক হাৰত যি গাহৰি মৃত্যু হৈছে সেয়া সাধাৰণ ছোৱাইন ফিভাৰ নহয়। প্ৰাথমিক পশু বিভাগে কৰা নমুনা পৰীক্ষাত আফ্ৰিকান ছোৱাইন ফিভাৰ পোৱা গৈছে। ভূপালৰ পৰীক্ষাৰ ফলাফলত নিশ্চিত হ’ব সকলো কথা৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে পশুধন তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ৷

লগতে মন্ত্ৰী বৰাই কয় “আফ্ৰিকান ছোৱাইন ফেভাৰৰ ঔষধ আজিলৈ ওলোৱা নাই, ইও এক প্ৰকাৰৰ ক’ৰ’নাই৷ যদি ৰাজ্যত গাহৰি মৃত্যু কাৰণ সেয়াই হয় তেন্তে ভাৰত চৰকাৰৰ গাইড লাইন মানিব লাগিব। আফ্ৰিকান ছোৱাইন ফেভাৰ হ’লে কোৱাৰেন্টাইন কৰি আচুতীয়া কৈ ৰাখিব লাগিব যাতে ভাল গাহৰি সমূহলৈ সংক্ৰমন হ’ব নোৱাৰে।”

Apply Now

আফ্ৰিকান ছোৱাইন ফেভাৰ হ’লে আক্রান্ত গাহৰি পৰা মানুহৰ দেহলৈ ৰোগটো সংক্ৰমন হ’ব নোৱাৰে। এই কথা পশু বিশেষজ্ঞ সকলে স্পষ্ট ভাৱে কৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়, “মাংসসমূহ উষ্ণতাত গৰম কৰি খোৱা ব্যৱস্থা কৰিব৷ চিকিৎসকসকলৰ বাবে পিপিই থাকিব৷ লগতে পিপিই ক্ৰয় কৰাৰ বাবে সিদ্ধান্ত লয় বিভাগে।”

মন্ত্ৰী বৰাই প্ৰকাশ কৰা অনুসৰি উজনি অসমৰ ৬ খন জিলাত বৰ্তমান সময়লৈকে ২২৮২টা গাহৰিৰ মৃত্যু হৈছে। মৃত্যু হোৱা গাহৰিসমূহৰ ৰোগৰ যি লক্ষণ সেয়া পূৰ্বতে ৰাজ্যৰ পশু চিকিৎসকসকলে দেখা নাই বুলি উল্লেখ কৰি কয়, “আমি ভয় খাইছো ৰাজ্য বনৰীয়া গাহৰি সমূহলৈ এই ৰোগ সংক্ৰমন হব বুলি।”

ইফালে সংক্ৰমণ ৰোধ কৰাৰ বাবে নিৰ্দিষ্ট জিলাসমূহৰ বিভাগৰ বিষয়া সকললৈ কঠোৰ নির্দেশনা প্ৰদান কৰা হৈছে। এনেদৰে কঠোৰ নিৰ্দেনা জাৰি কৰি সংক্ৰমণ ৰোধ কৰিব পৰা যাব। নামনি অসমৰ কোনো জিলাত এই ৰোগ হোৱা নাই। মন্ত্ৰী বৰাই কয়।

অনাগত দিনত ৰাজ্য কৃষি খণ্ডত অধিক গুৰুত্ব দিব লাগিব। ৰাজ্যৰ গৰিষ্ঠ মানুহ কৃষিৰ লগত জড়িত বুলি উল্লেখ কৰি বৰাই কয়, “পৰম্পৰাগত ভাৱে আমি হাঁহ, কুকুৰা, গাহৰি, পাৰ আদি পুহি আহিছোঁ। বৰ্তমান আমি বাণিজ্যক ভিত্তিত পুহিব লাগিব। কাৰণ আমাৰ অৰ্থনীতি বহুতখিনি ইয়াৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰেও ইয়াৰ ওপৰত অধিক গুৰুত্ব দিব।”

ল’কডাউনৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যৰ কৃষক সকলক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে মন্ত্ৰী বৰাই।

আজি গুৱাহাটী মহানগৰীৰ চেনিকুঠিস্থিত পশুপালন বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷ সভাত পশুধন তথা কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা আৰু পশুপালন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া উপস্থিত থাকে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd