DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অস্বাভাৱিকভাৱে এন্দুৰৰ বংশবৃদ্ধি! ভাৰতৰ পৰা এন্দুৰ মৰা দৰৱ ক্ৰয় কৰিব এইখন দেশে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 9:21 pm
381
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াত এতিয়া এন্দুৰৰ উৎপাত।

এন্দুৰৰ উৎপাতত ৰ’ব নোৱাৰি দেশখনে ভাৰতৰ পৰা এবিধ নিষিদ্ধ এন্দুৰ মৰা দৰৱ আমদানি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশখনৰ পূব প্ৰান্তৰত অৱস্থিত আটাইতকৈ জনবহুল ৰাজ্য নিউ চাউথ ৱেলছৰ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি ভাৰতৰ পৰা Bromadiolone নামৰ পয়জনবিধ ৫,০০০ লিটাৰ আমদানি কৰাৰ সিদ্ধান্ত লৈছে।

পয়জনবিধ দেশখনত নিষিদ্ধ হৈ আছে।

অৱশ্যে দেশখনৰ ফেডাৰেল ৰেগুলেটৰে ৰাজ্যখনৰ এই সিদ্ধান্তক এতিয়াও অনুমোদন জনোৱা নাই।

ৰাজ্যখনৰ কৃষিমন্ত্ৰী আদাম মাৰ্শ্বালে জনোৱামতে, বাসস্থান আৰু কৃষিভূমিত এন্দুৰৰ উৎপাতৰ ফলত কৃষকসকলে আৰ্থিক আৰু সামাজিক বিপৰ্যয়ৰ সম্মুখীন হৈছে।

তদুপৰি এন্দুৰৰ অস্বাভাৱিক বৃদ্ধিয়ে প্লে’গৰ দৰে মহামাৰীও বিয়পোৱাৰ আশংকা আছে।

ইতিমধ্যে এন্দুৰৰ পৰা বিয়পা বিভিন্ন ব্যাধিৰো খবৰ আহিছে কেইবাখনো ৰাজ্যৰ পৰা।

নিউ চাউথ ৱেলছে ইতিমধ্যে এন্দুৰৰ পৰা ক্ষতিগ্ৰস্ত হোৱা কৃষকসকললৈ ৫০ মিলিয়ন ডলাৰৰ এটা পেকেজ ঘোষণা কৰিছে।

বিশেষজ্ঞসকলে কৈছে যে যোৱা কেইবাটাও বৰ্ষত দেশখনে যথেষ্ট পৰিমাণৰ বৃষ্টিপাতৰ সন্মুখীন হৈছে।

যাৰ ফলত এন্দুৰৰ বংশবৃদ্ধিৰ বাবে উপযোগী শস্যৰে দেশখন ভৰি পৰিছে।

Recent News

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd