আৰ টি আই আইনৰ মূল বিধানসমূহ সংশোধন কৰা তথ্য সুৰক্ষা আইন সন্দৰ্ভত বৈষ্ণৱৰ স্পষ্টীকৰণক, তীব্ৰ সমালোচনা আৰ টি আই কৰ্মীৰ
ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকচন (ডিপিডিপি) আইনৰ ৪৪(৩) ধাৰা বাতিলৰ দাবীত ইণ্ডিয়া মিত্ৰজোঁটৰ ব্লকৰ বিৰোধী সাংসদসকলে বৃহস্পতিবাৰে (১০ এপ্ৰিল) সংবাদমেল অনুষ্ঠিত...














