• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেট্ৰিকৰ ফলাফলত অসন্তুষ্ট নেকি? কেনেকৈ কৰিব উত্তৰ বহীৰ পুনৰীক্ষণ? জানক সবিশেষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 12:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। ঘোষণা কৰা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষৰ তুলনাত নিম্নগামী এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল। এইবাৰ মুঠ ৬৩.৯৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয় মেট্ৰিক পৰীক্ষাত। বিপৰীতে যোৱা বৰ্ষত উত্তীৰ্ণ হৈছিল ৭৫.৭ শতাংশ।

এইবাৰৰ মেট্ৰিকত ছাত্ৰীতকৈ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ অধিক। ছাত্ৰৰ উত্তীৰ্ণ হাৰ হৈছে ৬৭.৫৯ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ।

Apply Now

কিন্তু যিসকলৰ পৰীক্ষাৰ ফলাফলক লৈ কোনো ওজৰ-আপত্তি আছে, যদি তেওঁলোকে নিজৰ উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে তেওঁলোকৰ বাবেও থাকিব ব্যৱস্থা।

কেনেকৈ কৰিব উত্তৰ বহী পুনৰীক্ষণ, চাওক প্ৰক্ৰিয়া

১. উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচৰা শিক্ষাৰ্থীসকলে ASSEBৰ অফিচিয়েল ৱেবছাইট sebaonline.orgলৈ গৈ আবেদন কৰিব পাৰিব। প্ৰথমে ৱেবছাইট খোলক।

২. “APPLY FOR RE-CHECKING & Scanned copy of ANSWER SCRIPT and OMR with Answer Key” লিংকত ক্লিক কৰক।

৩. RE-CHECKING & Scanned copy of ANSWER SCRIPT নিৰ্বাচন কৰক।

৪. কোন বিষয়ৰ উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে সেই বিষয়টো বাছনি কৰক।

৫. বিচৰা অনুসৰি প্ৰয়োজনীয় তথ্য আৰু মাচুল জমা কৰক। মাচুল কেৱল অনলাইন ম’ডতহে পৰিশোধ কৰিব পাৰিব।

৬. উত্তৰ বহীৰ পুনৰীক্ষণ আৰু স্কেন কপিৰ বাবে ৪০০ টকা মাচুল জমা দিব লাগিব।

৭. পুনৰীক্ষণ প্ৰক্ৰিয়া : প্ৰাৰ্থীয়ে মন কৰা উচিত যে উত্তৰ বহী পুনৰীক্ষণ কৰাৰ অৰ্থ উত্তৰবহী পুনৰ মূল্যাংগন নহয়।

পুনৰ মূল্যাংকনে সামৰি ল’ব –

(ক) পৰীক্ষকে প্ৰদান কৰা নম্বৰৰ পুনৰ গণনা।

(খ) কোনো উত্তৰ মূল্যাংকন নকৰাকৈ ৰৈ গৈছে নেকি সেয়া বিশ্লেষণ।

(গ) যিকোনো ধৰণৰ/প্ৰকৃতিৰ নম্বৰৰ ভুলকৈ দিয়া।

৮. পুনৰীক্ষণৰ ফলাফল আবেদন গ্ৰহণৰ পৰা ৩০ দিনৰ ভিতৰত SMS আৰু e-mail জৰিয়তে জনোৱা হ’ব।

৯. নম্বৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংশোধিত মাৰ্কশ্বীট-চাৰ্টিফিকেট লাভ কৰিবলৈ শিক্ষাৰ্থীগৰাকীৰ সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধানে ব’ৰ্ড কাৰ্যালয়ত অৰিজিনেল মাৰ্কশ্বীট-চাৰ্টিফিকেট জমা দিব লাগিব। এনেধৰণৰ মাৰ্কশ্বীট-চাৰ্টিফিকেট পোনপটীয়াভাৱে শিক্ষাৰ্থীলৈ বা আন কোনো এজেন্সীৰ দ্বাৰা প্ৰেৰণ কৰা নহয়।

১০. উত্তৰ বহীৰ স্কেন কপি ই-মেইলযোগে লাভ কৰিব পৰীক্ষাৰ্থীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd