• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুমাৰ ৩৩০ কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰিলে কিং কোহলীয়ে! আঁৰত আছে এক বিৰাট কাৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 2:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মান স্পৰ্টছৱেৰ নিৰ্মাতা কোম্পানী পুমাৰ সৈতে বিৰাট কোহলীৰ আঠ বছৰীয়া সম্পৰ্কৰ অন্ত পৰিল। সূত্ৰৰ মতে, পুমাই আগ্ৰহী আছিল যদিও কোহলীয়ে চুক্তি বৃদ্ধি কৰিব বিচৰা নাই। বৰ্তমান কোহলীয়ে একমাত্ৰ আৰু নিজৰ লাইফষ্টাইল ব্ৰেণ্ড ‘ৱান ৮’ৰ প্ৰসাৰতা বৃদ্ধিৰ চেষ্টা চলাই আছে।

সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে পুমাই ৩৬ বছৰীয়া কোহলীৰ সৈতে আৰু ৮ বছৰৰ বাবে চুক্তিবদ্ধ হ’ব বিচাৰিছিল। যাৰ মূল্য আছিল ৩৩০ কোটি টকা। ইয়াৰ পূৰ্বে ২০১৭ চনত যেতিয়া কোহলীয়ে পুমাৰ সৈতে চুক্তিবদ্ধ হৈছিল তেতিয়া মূল্য আছিল ১১০ কোটি টকা। অৰ্থাৎ তিনিগুণ টকা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিলেও কোহলী মান্তি নহ’ল। উল্লেখ্য যে বিৰাট বিগত আঠ বছৰ ধৰি পুমাৰ ব্ৰেণ্ড এম্বেছাদৰো আছিল।

Apply Now

সূত্ৰ অনুসৰি কোহলীয়ে এতিয়া এজিলিটাছৰ সৈতে যুক্ত হ’বলৈ ওলাইছে। ২০২৩ চনত পুমা ইণ্ডিয়া আৰু দক্ষিণ-পূব এছিয়াৰ পৰিচালন সঞ্চালক অভিষেক গাংগুলীয়ে প্ৰতিষ্ঠা কৰিছিল এই কোম্পানীটো। এই কোম্পানীয়ে ভাৰত আৰু বিদেশত ক্ৰীড়াৰ সামগ্ৰী যোগান ধৰে। কোহলীৰ ‘ৱান ৮’ কোম্পানীয়ে হয়তো এই কোম্পানীটোৰ সৈতে সংযুক্ত হ’ব পাৰে। সেইটোৱেই সূত্ৰৰ খবৰ।

উল্লেখ্য যে এদিন পূৰ্বে পুমাই ঘোষণা কৰিছিল যে, ‘বিৰাট কোহলীৰ ক্ৰীড়া সঁজুলি নিৰ্মাতা কোম্পানী পুমাৰ সৈতে আঠ বছৰীয়া চুক্তিৰ অন্ত পৰিল। তেওঁ পুমাৰ ব্ৰেণ্ড এম্বেছাদৰো আছিল। বিৰাট কোহলীলৈ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিৰাটৰ লগত কেইটামান বছৰ বৰ ভাল লাগিল। একাধিক প্ৰচাৰত কোহলীয়ে অংশ লৈছে। কিন্তু ভৱিষ্যতৰ তাৰকাৰ বাবে পুমাই এনেদৰে কাম কৰি যাব। যাতে দেশৰ ক্ৰীড়াৰ ভৱিষ্যত আৰু উজ্জ্বল হয়।’

বিৰাট এতিয়া আই পি এলত ব্যস্ত। তেওঁৰ দল আৰ চি বি ৫খন মেচত ৩ খন জয়ৰে লীগ তালিকাৰ চতুৰ্থ স্থানত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd