NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

৫ বছৰীয়া কন্যাক কথা নুশুনাৰ বাবে ডিঙি চেপি হত্যা পিতৃৰ! গ্ৰেপ্তাৰ আৰক্ষীৰ

৫ বছৰীয়া কন্যাক কথা নুশুনাৰ বাবে ডিঙি চেপি হত্যা পিতৃৰ! গ্ৰেপ্তাৰ আৰক্ষীৰ

পাঁচ বছৰীয়া কন্যাই কথা নুশুনাৰ বাবেই পিতৃয়ে নিজৰ কন্যাক ডিঙি চেপি হত্যা কৰে। তাৰ পাছত মৃতদেহটোৰ চাৰিটাকৈ টুকুৰা কৰে।ইতিমধ্যে উত্তৰ...

ঘৰুৱা হিংসাৰ বলি হোৱা নিৰ্যাতিতসকলক ১০ দিন চৰকাৰী আশ্ৰয় শিবিৰত ৰখা হ’ব! পোষকতা কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা নিৰ্যাতিতসকলক ১০ দিন চৰকাৰী আশ্ৰয় শিবিৰত ৰখা হ’ব! পোষকতা কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলে ১০ দিন চৰকাৰী আশ্ৰয় শিবিৰত থাকিব পাৰিব। এই কথাই চিন্তা কৰিছে কেন্দ্ৰীয় মহিলা আৰু শিশু...

কেইবা কোটি টকা মূল্যৰ চুলি চুৰি! বহিঃৰাষ্ট্ৰলৈ ৰপ্তানিৰ বাবে গুদামত কৰি ৰখা হৈছিল মজুত

কেইবা কোটি টকা মূল্যৰ চুলি চুৰি! বহিঃৰাষ্ট্ৰলৈ ৰপ্তানিৰ বাবে গুদামত কৰি ৰখা হৈছিল মজুত

বেংগালুৰুৰ এটা গুদামৰ পৰা প্ৰায় এক কোটি টকাৰ চুলি চুৰি কৰি পলায়ন কৰিছিল অপৰাধীৰ এটা দলে। চুলিখিনি চীন, বাৰ্মা, হংকঙলৈ...

১৬ বছৰ লিভ-ইন ৰিলেশ্যনশ্বিপত থকাৰ পাছত ধৰ্ষণৰ অভিযোগ! যুৱতীক ধমক উচ্চতম ন্যায়ালয়ৰ

১৬ বছৰ লিভ-ইন ৰিলেশ্যনশ্বিপত থকাৰ পাছত ধৰ্ষণৰ অভিযোগ! যুৱতীক ধমক উচ্চতম ন্যায়ালয়ৰ

বিবাহৰ প্ৰতিশ্ৰুতিৰে ১৬ বছৰ একেলগে থকাৰ পাছত যৌন নিৰ্যাতনৰ অভিযোগ! উভয় পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে গোচৰটোত অভিযুক্ত যুৱকজনক দোষমুক্ত...

ৰাছিয়াৰ পৰা গুৱাহাটীলৈ ৯ হাজাৰ কিলোমিটাৰ যাত্ৰা, পেৰা চাইকেল আৰোহী ৰাকেশ বণিকৰ

ৰাছিয়াৰ পৰা গুৱাহাটীলৈ ৯ হাজাৰ কিলোমিটাৰ যাত্ৰা, পেৰা চাইকেল আৰোহী ৰাকেশ বণিকৰ

বিশেষভাৱে সক্ষম চাইকেল আৰোহী ৰাকেশ বণিক  এপ্ৰিল মাহত ৰাছিয়াৰ মস্কোৰ পৰা গুৱাহাটীলৈ ৯০০০ কিলোমিটাৰ একক যাত্ৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় পেৰা...

গোচৰৰ শুনানিত অনুপস্থিতি! ৰাহুল গান্ধীক ২০০ টকাৰ জৰিমনা আদালতৰ

গোচৰৰ শুনানিত অনুপস্থিতি! ৰাহুল গান্ধীক ২০০ টকাৰ জৰিমনা আদালতৰ

মানহানিৰ গোচৰত আদালতত হাজিৰ নোহোৱাৰ বাবে জৰিমনাৰ সন্মুখীন কংগ্ৰেছ নেতা ৰাহুল গান্ধী। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌস্থিত অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে...

বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত ব্যৰ্থ অসম! ভুল প্ৰমাণ হোৱাৰ দিশে হিমন্তৰ ‘শ্ৰেষ্ঠ ৰাজ্য’ৰ দাবী

বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত ব্যৰ্থ অসম! ভুল প্ৰমাণ হোৱাৰ দিশে হিমন্তৰ ‘শ্ৰেষ্ঠ ৰাজ্য’ৰ দাবী

চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্টৰ (চি এছ ই) শেহতীয়া ষ্টেট অৱ ষ্টেটছ ৰিপ’ৰ্ট অনুসৰি ৪২% মূল্যায়িত সূচকত লক্ষ্যৰ আধাও পূৰণ...

নাৰায়ণপুৰত ভয়ংকৰ দুৰ্ঘটনা : নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বৰযাত্ৰীৰ বাছ

নাৰায়ণপুৰত ভয়ংকৰ দুৰ্ঘটনা : নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বৰযাত্ৰীৰ বাছ

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল এখন বিবাহযাত্ৰী ভৰ্তি বাছ। জানিব...

বজালীৰ প্ৰস্তাৱিত উৰণীয়া সেতু নিৰ্মাণত অনিয়মৰ অভিযোগ

বজালীৰ প্ৰস্তাৱিত উৰণীয়া সেতু নিৰ্মাণত অনিয়মৰ অভিযোগ

বজালীত প্ৰস্তাৱিত উৰণীয়া সেতু নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত বৃহৎ অনিয়মকলৈ  জনসাধাৰণে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিষয়াসকলে ভূমি জোখ-মাখৰ লগত...

লণ্ডণত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন বিদেশ মন্ত্ৰী এছ জয়শংকৰ! ফালি পেলালে ভাৰতৰ জাতীয় পতাকা

লণ্ডণত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন বিদেশ মন্ত্ৰী এছ জয়শংকৰ! ফালি পেলালে ভাৰতৰ জাতীয় পতাকা

লণ্ডনত খালিস্তানীৰ আক্ৰমণৰ সন্মুখীন হৈছে দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। অভিযোগ অনুসৰি আৰক্ষীৰ সন্মুখতেই এজন আক্ৰমণকাৰীয়ে ভাৰতৰ পতাকা ফালি পেলায়।...

Page 1151 of 6692 1 … 1,150 1,151 1,152 … 6,692

Stay Connected

Recent News