সংসদৰ ঠেলা-ঠেলি ঘটনাৰ তদন্ত : অপৰাধ শাখাক অপৰ্ণ কৰিলে দিল্লী আৰক্ষীয়ে
সংসদত ৰাহুল গান্ধীয়ে দুই বিজেপি সংসদক আঘাত কৰাৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ তদন্ত দিল্লী অপৰাধ শাখাৰ...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
সংসদত ৰাহুল গান্ধীয়ে দুই বিজেপি সংসদক আঘাত কৰাৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ তদন্ত দিল্লী অপৰাধ শাখাৰ...
বৰদিনৰ পূৰ্বে আমাজন (ষ্টাৰবাকছ)ৰ দৰে জনপ্ৰিয় কোম্পানীৰ শ্ৰমিকৰ ধৰ্মঘটৰ বাবে চিন্তিত হৈ পৰিছে আমেৰিকা প্ৰশাসন। এই উৎসৱৰ বতৰত শ্ৰমিকসকলে ধৰ্মঘট...
হোজাই জিলাৰ লামডিঙত শনিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ইলেইন বেৰী থম্পছন নামৰ এগৰাকী ৬৩ বছৰীয়া আমেৰিকান...
ডায়েবেটিছ, বিশেষকৈ টাইপ ২ ডায়েবেটিছে যৌন স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। এই অৱস্থাৰ ফলত স্নায়ুৰ ক্ষতি (নিউৰ’পেথী), তেজৰ প্ৰবাহ...
৩১ বছৰ নাৰ্ছ হিচাপে কাম কৰাৰ পাছত তেঁও অৱসৰ ল’লে। কিন্তু বৃদ্ধা পুলোমাজাই ৰোগীক সেৱা আগবঢ়োৱা, ঔষধ দিয়া, স্বাস্থ্যৰ বিষয়ে...
দেউতাকৰ কাষতে ফুটপাথত শুই আছিল শিশুটি। হঠাৎ অসাৱধান গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথত শিশুটিক চেপি পেলালে। শনিবাৰে মাজনিশা মুম্বাইত সংঘটিত হয়...
যুৱক সকলে নোৱাৰিলে, এইবাৰ যুৱতীৰ দলে কৰি দেখুৱালে। ১৯ অনুৰ্ধৰ মহিলা এছিয়া কাপত ভাৰতে বাংলাদেশক পৰাস্ত কৰে। কুৱালালামপুৰত অনুষ্ঠিত হোৱা...
বিহাৰৰ মুজাফ্ফৰপুৰ মহাবিদ্যালয়ত এজন যুৱকক লাঠি আৰু বেল্টেৰে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল সেয়াই নহয়, কাণ দুখন ধৰি জোৰকৈ...
আইপিএলৰ মেগা নিলামত অৱহেলিত হৈ ৰোৱা পঞ্জাৱৰ আনমোলপ্ৰীত সিঙে লিষ্ট এ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গ্ৰুপ এত...
যৌন কাৰ্যকলাপ কেৱল প্ৰেমৰ পৰিভাষাই নহয়, ই নহয় মাথোঁ কামনা পূৰণৰ আহিলা। যৌন কাৰ্যকলাপৰ আছে আন এক উপকাৰ। মানসিক আৰু...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd