NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ৰাজনীতিত প্ৰথম জনসভা তামিল অভিনেতা বিজয়ৰ; স্পষ্ট কৰিলে দলৰ লক্ষ্য, ষ্টেলিনৰ দলকো কটাক্ষ!

ৰাজনীতিত প্ৰথম জনসভা তামিল অভিনেতা বিজয়ৰ; স্পষ্ট কৰিলে দলৰ লক্ষ্য, ষ্টেলিনৰ দলকো কটাক্ষ!

আঠ মাহ পূৰ্বে তেওঁ ৰাজনীতিত প্ৰৱেশৰ কথা ঘোষণা কৰিছিল। সমৰ্থকসকলৰ মাজত ‘থালাপতি বিজয়’ বুলি জনপ্ৰিয় তামিল অভিনেতা বিজয়ে দেওবাৰে নিজৰ...

স্বামী-স্ত্ৰীৰ এই অভ্যাসবোৰে ধ্বংস কৰে জীৱন; কৈছে চাণক্য নীতিয়ে

স্বামী-স্ত্ৰীৰ এই অভ্যাসবোৰে ধ্বংস কৰে জীৱন; কৈছে চাণক্য নীতিয়ে

ধন উপাৰ্জন, নাৰী, কেৰিয়াৰ, বন্ধু-বান্ধৱী আৰু বিবাহিত জীৱনৰ লগত জড়িত কথাবোৰো চাণক্য নীতিত উল্লেখ কৰা হৈছে। চাণক্য নীতিয়ে এজন ব্যক্তিক...

পাশৱিক কাণ্ড! পত্নীৰ মৃত্যুৰ পিছত নিজৰ ১৬ বছৰীয়া কন্যাক বাৰম্বাৰ ধ*ৰ্ষণ পিতৃৰ

পাশৱিক কাণ্ড! পত্নীৰ মৃত্যুৰ পিছত নিজৰ ১৬ বছৰীয়া কন্যাক বাৰম্বাৰ ধ*ৰ্ষণ পিতৃৰ

উত্তৰ প্ৰদেশত সংঘটিত হৈছে আন এক লোমহৰ্ষক ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক নিজ পিতৃয়ে বাৰম্বাৰ ধৰ্ষণ কৰাৰ অভিযোগ লাভ কৰিছে...

হাস্যবদনে দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! অভিযুক্তৰ কান্ধত হাত থৈ ফটোৰ বাবে প’জ আৰক্ষীৰ

হাস্যবদনে দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ! অভিযুক্তৰ কান্ধত হাত থৈ ফটোৰ বাবে প’জ আৰক্ষীৰ

মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গোৱাৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। বিগত ৬৬ দিন পাছত...

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা : দলীয় প্ৰাৰ্থীক লগত লৈ মনোজ ধানোৱাৰৰ অভিযান

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে চামগুৰিত ‘আপ’ৰ সম্পৰ্ক যাত্ৰা : দলীয় প্ৰাৰ্থীক লগত লৈ মনোজ ধানোৱাৰৰ অভিযান

  উপ নিৰ্বাচনক লৈ চামগুৰি বিধান সভা সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উথপথপ হৈ থকাৰ সময়তে আজি নগাঁও চহৰস্থিত শ্বহীদ ভৱন আৰু...

মহাৰাষ্ট্ৰৰ বিৰোধী মহাজোঁটত ভাঙোন! অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত সমাজবাদী পাৰ্টিৰ

মহাৰাষ্ট্ৰৰ বিৰোধী মহাজোঁটত ভাঙোন! অকলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত সমাজবাদী পাৰ্টিৰ

মহাৰাষ্ট্ৰৰ বিৰোধী জোঁট ভাঙি যোৱাৰ পথত! আসনক লৈ হোৱা বিবাদৰ বাবে সমাজবাদী পাৰ্টিয়ে বিৰোধী মিত্ৰতা এৰিব পাৰে। সপাৰ মহাৰাষ্ট্ৰ ইউনিটৰ...

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন

গিৰিজানন্দ চৌধুৰীবিশ্ববিদ্যালয়ে ২৬ অক্টোবৰ ২০২৪ তাৰিখ শনিবাৰে বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস অতি উলহমালহেৰে উদযাপন কৰি প্ৰতিষ্ঠানটোৰ চহকী ইতিহাসক আৰু অধিক ...

বন্ধ ঘৰত উদ্ধাৰ হৈছে ইউটিউবাৰ দম্পতীৰ মৃতদেহ! চৰম পন্থা বাছি লোৱাৰ অনুমান আৰক্ষীৰ

বন্ধ ঘৰত উদ্ধাৰ হৈছে ইউটিউবাৰ দম্পতীৰ মৃতদেহ! চৰম পন্থা বাছি লোৱাৰ অনুমান আৰক্ষীৰ

বন্ধ ঘৰৰ পৰা উদ্ধাৰ হৈছে ইউটিউবাৰ দম্পতীৰ মৃতদেহ! দেওবাৰে কেৰালাৰ তিৰুৱানন্তপুৰমৰ নিজ গৃহত মৃত অৱস্থাত উদ্ধাৰ হয় দম্পতীহালক। সমগ্ৰ অঞ্চলটোত...

‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়’ : বিতৰ্কৰ পিছত মুখ খুলিলে ডি ৱাই চন্দ্ৰচুড়ে

‘ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ অৰ্থ আপোচ নহয়’ : বিতৰ্কৰ পিছত মুখ খুলিলে ডি ৱাই চন্দ্ৰচুড়ে

শেহতীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত অনুষ্ঠিত হোৱা এটা ধৰ্মীয় অনুষ্ঠানলৈ আমন্ত্ৰিত হৈছিল নৰেন্দ্ৰ মোদী। আমন্ত্ৰণক্ৰমে মুখ্য ন্যায়াধীশৰ...

ইউটিউবৰ পৰা পঢ়ি সুখ্যাতিৰে চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ! কন্যাৰ সফলতাক লৈ গৌৰৱান্বিত পিতৃ

ইউটিউবৰ পৰা পঢ়ি সুখ্যাতিৰে চিভিল ছাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ! কন্যাৰ সফলতাক লৈ গৌৰৱান্বিত পিতৃ

কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ তেওঁৰ হাতত টকা নাছিল। মাক আছিল এগৰাকী অংগনবাড়ী কৰ্মী। দেউতাক কৰ্মসূত্ৰে এগৰাকী ৰান্ধনী। দুয়োজনে যি উপাৰ্জন...

Page 1293 of 6606 1 1,292 1,293 1,294 6,606

Stay Connected

Recent News