NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বিৰুদ্ধে দিয়া নিৰ্দেশনাক আওকাণ! পঞ্জাব-হাৰিয়ানাক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বিৰুদ্ধে দিয়া নিৰ্দেশনাক আওকাণ! পঞ্জাব-হাৰিয়ানাক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থানৰ দৰে ৰাজ্যক শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বিৰুদ্ধে এক ভয়াৱহ সতৰ্কবাণী...

মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তো প্রাইভেট বিমানত ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই : অখিল গগৈ

মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰা সময়তো প্রাইভেট বিমানত ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই : অখিল গগৈ

বিভিন্ন কেলেংকাৰীৰে সোঁৱে-বাঁৱে ধন সংগ্ৰহ কৰা হিমন্ত বিশ্ব শৰ্মা অচিৰেই ধৰা পৰিব আৰু তেতিয়াই হিমন্তবিশ্ব শৰ্মাই ৰাজপথৰ দাঁতিৰ ফুটপাথত চাওমিন...

ইউটিউব চাই বন্দুক চলাবলৈ শিকিছিল বাবা ছিদ্দিকিৰ হত্যাকাৰীয়ে! আৰক্ষীৰ তদন্তত নতুন নতুন তথ্য

ইউটিউব চাই বন্দুক চলাবলৈ শিকিছিল বাবা ছিদ্দিকিৰ হত্যাকাৰীয়ে! আৰক্ষীৰ তদন্তত নতুন নতুন তথ্য

মহাৰাষ্ট্ৰত এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ তদন্তত নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে। এতিয়া জনা গৈছে যে অভিযুক্ত গুৰমেল...

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ : অভিযোগকাৰীক বাহিৰ কৰি দিয়া হ’ল আদালতৰ কক্ষৰ পৰা

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ : অভিযোগকাৰীক বাহিৰ কৰি দিয়া হ’ল আদালতৰ কক্ষৰ পৰা

মঙলবাৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে আদালত এক অভিযোগ দাখিল কৰিছিল এজন ব্যক্তিয়ে। এই অভিযোগ দাখিল কৰাৰ পিছতে...

ৰাহুলে এৰি যোৱা ৱায়ানাদৰ পৰা নিৰ্বাচন খেলিব প্ৰিয়ংকাই : নিৰ্বাচনৰ আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ দিন

ৰাহুলে এৰি যোৱা ৱায়ানাদৰ পৰা নিৰ্বাচন খেলিব প্ৰিয়ংকাই : নিৰ্বাচনৰ আয়োগে ঘোষণা কৰিলে উপ-নিৰ্বাচনৰ দিন

মঙলবাৰে বিধানসভাৰ লগতে লোকসভাৰো উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি অহা ১৩ নবেম্বৰত লোকসভাৰ...

নিচেই কম ভোটত জয়ী বিজেপি প্ৰাৰ্থী : হাৰিয়ানাৰ নিবাৰ্চনত ৰিগিঙৰ অভিযোগ তুলি নিৰ্বাচন আয়োগৰ দাৰস্থ কংগ্ৰেছ

নিচেই কম ভোটত জয়ী বিজেপি প্ৰাৰ্থী : হাৰিয়ানাৰ নিবাৰ্চনত ৰিগিঙৰ অভিযোগ তুলি নিৰ্বাচন আয়োগৰ দাৰস্থ কংগ্ৰেছ

হাৰিয়ানাৰ ১৩টা সমষ্টিৰ ফলাফল সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে কংগ্ৰেছ। এই আটাইকেইটা সমষ্টিতে ইভিএম ৰিগ কৰা...

ইলা কাকতি : পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এগৰাকী মোহময়ী অভিনেত্ৰী

ইলা কাকতি : পাহৰণিৰ গৰ্ভত হেৰাই যোৱা এগৰাকী মোহময়ী অভিনেত্ৰী

সত্তৰ-আশীৰ দশকত অসমীয়া চিনেমাক জনপ্ৰিয় কৰি তুলিছিল তেওঁ; যৌৱনৰ এক কম্পনাংকৰ নাম আছিল ইলা কাকতি। আজিৰ প্ৰজন্মৰ বাবে চিনাকী মুখ...

পুনৰ চৰ্চাত বিবেক-ছলমান! বিষ্ণোই সমাজৰ ভূয়সী প্ৰশংসা বিবেক অবেৰয়ৰ

পুনৰ চৰ্চাত বিবেক-ছলমান! বিষ্ণোই সমাজৰ ভূয়সী প্ৰশংসা বিবেক অবেৰয়ৰ

এন চি পি (অজিত) নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণোই নেতৃত্বাধীন বিষ্ণোই চক্ৰই। ব্লেকবাক হত্যাৰ গোচৰত জড়িত...

প্ৰিয় ব্যক্তিত্বৰ প্ৰতি আকুলতা! এইজন ব্যক্তিয়ে বুকুত খোদিত কৰিলে ৰতন টাটাৰ টেটু

প্ৰিয় ব্যক্তিত্বৰ প্ৰতি আকুলতা! এইজন ব্যক্তিয়ে বুকুত খোদিত কৰিলে ৰতন টাটাৰ টেটু

মুম্বাইৰ এজন ব্যক্তিয়ে ৰতন টাটাক বুকুত টেটু কৰা ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। টাটা গ্ৰুপৰ চেয়াৰমেন ৰতন টাটাৰ ৯...

ধিক! গোসাঁইগাঁৱত তিনি পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল বিশেষভাবে সক্ষম মহিলা

ধিক! গোসাঁইগাঁৱত তিনি পাষণ্ডৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’ল বিশেষভাবে সক্ষম মহিলা

এইবাৰ অসমৰ বড়োভূমিত সংঘটিত হৈছে আন এক লোমহৰ্ষক ধৰ্ষণকাণ্ড। খবৰ অনুসৰি, এগৰাকী বিশেষভাবে সক্ষম মহিলাক তিনি পাষণ্ডই মিলি ধৰ্ষণ কৰে।...

Page 1314 of 6607 1 1,313 1,314 1,315 6,607

Stay Connected

Recent News