NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

শিৱসাগৰ জিলাৰ আমগুৰিত দুখনকৈ অবৈধ চুপাৰিভৰ্তি ট্ৰাক জব্দ

শিৱসাগৰ জিলাৰ আমগুৰিত দুখনকৈ অবৈধ চুপাৰিভৰ্তি ট্ৰাক জব্দ

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তত থকা হালোৱাটিং থানাৰ সন্মুখেৰে গোপন বুজাবুজি কৰি কেইবাটাও চক্ৰই ম্যানমাৰৰ পৰা চোৰাংভাৱে চুপাৰি আনি কোটি কোটি...

মুখ্যমন্ত্ৰীয়ে লাইভ কৰি কৰি পৰিকল্পনাহীন নিযুক্তি প্ৰক্ৰিয়াৰ স্বৰূপহে উদঙাইছেঃ ডি ৱাই এফ আই

আদালতে নিজাববীয়া গোচৰ লোৱা এপিএছ-এচিএছ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰক- ডি ৱাই এফ আই

এপিছচি কেলেংকাৰিত অভিযুক্ত সকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে নিৰ্লজ্জভাৱে গ্ৰহণ কৰি অহা স্থিতিত আমি...

গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা উদযাপন

গুৱাহাটীৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ উদ্যোগত ৰাষ্ট্ৰীয় পুষ্টি মাহ আৰু স্বচ্ছতা হি সেৱা উদযাপন

কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি),গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয় উদ্যোগত আজি কামৰূপ (গ্ৰাম্য) জিলাৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তিনিদিনীয়া ফটো প্ৰদৰ্শনী আৰু...

অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক যুৱকৰ; বিবাহ বিচ্ছেদ বিচৰাৰ বাবে পত্নীৰ ওপৰত এচিড ঢালিলে স্বামীয়ে

অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক যুৱকৰ; বিবাহ বিচ্ছেদ বিচৰাৰ বাবে পত্নীৰ ওপৰত এচিড ঢালিলে স্বামীয়ে

অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্বামীৰ।ঘটনা গম পালে পত্নীয়ে। স্বামীৰ ঘৰ এৰি দেউতাকৰ ঘৰলৈ গ'ল পত্নী। সম্পূৰ্ণ ঘটনা গম পাই...

মুখ্যমন্ত্ৰীয়ে লাইভ কৰি কৰি পৰিকল্পনাহীন নিযুক্তি প্ৰক্ৰিয়াৰ স্বৰূপহে উদঙাইছেঃ ডি ৱাই এফ আই

মুখ্যমন্ত্ৰীয়ে লাইভ কৰি কৰি পৰিকল্পনাহীন নিযুক্তি প্ৰক্ৰিয়াৰ স্বৰূপহে উদঙাইছেঃ ডি ৱাই এফ আই

নিত্য-নতুন SOP ঘোষণা আৰু নিশা হ'লেই ফেইচবুক লাইভ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এডিআৰ পৰীক্ষাকলৈ ৰাইজক চমক দিয়াৰ প্ৰয়াস কৰাৰ...

নিশা হ’লেই ৰাউচি জুৰে কুকুৰে, ভুক ভুক শব্দত টোপনি ভাঙে? আঁৰত কিবা ভৌতিক কাৰণ?

নিশা হ’লেই ৰাউচি জুৰে কুকুৰে, ভুক ভুক শব্দত টোপনি ভাঙে? আঁৰত কিবা ভৌতিক কাৰণ?

দিনত কোনো আমনি নহ’লেও কিছুমান কুকুৰে ৰাতি অবিৰতভাৱে ভুকি থাকে। আনকি যান-বাহনত যোৱা যাত্ৰী, পথচাৰীকো ৰেহাই নিদিয়ে। আমি লক্ষ্য কৰো...

নৰবলি! বিদ্যালয়ৰ সন্মান পুনৰ ঘূৰাই অনাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বলি, ৫জনক গ্ৰেপ্তাৰ

নৰবলি! বিদ্যালয়ৰ সন্মান পুনৰ ঘূৰাই অনাৰ বাবে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ বলি, ৫জনক গ্ৰেপ্তাৰ

যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত আন এক নৰকীয় ঘটনা সংঘটিত হৈছে। কেৱল অন্ধবিশ্বাসৰ বাবেই হত্যা কৰা হ’ল দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰক।...

চলন্ত ৰেলক লক্ষ্য কৰি শিলাবৃষ্টি দুৰ্বৃত্তৰ! কাঁচ ভাঙি গুৰুতৰভাৱে আহত যাত্ৰী

চলন্ত ৰেলক লক্ষ্য কৰি শিলাবৃষ্টি দুৰ্বৃত্তৰ! কাঁচ ভাঙি গুৰুতৰভাৱে আহত যাত্ৰী

বিহাৰ সমসীপুৰত সংঘটিত হৈছে ৰেল আক্ৰমণ!ঘটনা অনুসৰি স্বতন্ত্ৰ এক্সপ্ৰেছত ইটা, শিল নিক্ষেপ কৰা হয়। ৰেলখনৰ খিৰিকীৰ গ্লাছ ভাঙি কেইবাজনো যাত্ৰী...

জামিনক লৈ উচ্চতম ন্যায়ালয়ত কঠোৰ সমালোচনাৰ সন্মুখীন ইডি; আটকাধীনসকল কিমান দিন কাৰাগাৰত থাকিব, প্ৰশ্ন আদালতৰ

জামিনক লৈ উচ্চতম ন্যায়ালয়ত কঠোৰ সমালোচনাৰ সন্মুখীন ইডি; আটকাধীনসকল কিমান দিন কাৰাগাৰত থাকিব, প্ৰশ্ন আদালতৰ

অভিযুক্তক জামিন মঞ্জুৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল বলবৎকাৰী সঞ্চালকালয় (ইডি)। উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে, তদন্তৰ পিছত...

সম্পত্তিৰ হিচাপ দিবলৈ অনীহা! ২৫খন উচ্চ ন্যায়ালয়ৰ ৭৪৯ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৯৮ গৰাকীয়েহে দাখিল কৰিছে হিচাপ

সম্পত্তিৰ হিচাপ দিবলৈ অনীহা! ২৫খন উচ্চ ন্যায়ালয়ৰ ৭৪৯ গৰাকী ন্যায়াধীশৰ ভিতৰত মাত্ৰ ৯৮ গৰাকীয়েহে দাখিল কৰিছে হিচাপ

কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ ৰাজকোষৰ পৰা দৰমহা লোৱা সকলো বিষয়া-কৰ্মচাৰীয়ে বছৰত এবাৰ সম্পত্তিৰ ঘোষণাপত্ৰ দাখিল কৰিব লাগে। আৰু ন্যায়ধীশসকলো ইয়াৰ...

Page 1346 of 6609 1 1,345 1,346 1,347 6,609

Stay Connected

Recent News