NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

বুধবাৰে সন্ধিয়া বৰপেটাৰ চেঙাত চলি থকা ইতিহাস থিয়েটাৰত ঘটে এক অঘটন। মঞ্চত নাট প্ৰদৰ্শনৰ সময়তে বাইকসহ বাগৰি পৰে জনপ্ৰিয় অভিনেতা...

পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

পুৰুষ জাতিটো পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব পাৰে! ‘প্ৰচিডিংছ অৱ দ্য নেচনেল একাডেমী অৱ চাইন্সেছ’ৰ এক প্ৰতিবেদনত এই কথা কোৱা...

অমানৱীয়! বিজেপি শাসিত মধ্যপ্ৰদেশত দলঙৰ পৰা নদীত পেলাই দিয়া হ’ল ৫০টা গৰু, অধিকাংশৰে মৃত্যু

অমানৱীয়! বিজেপি শাসিত মধ্যপ্ৰদেশত দলঙৰ পৰা নদীত পেলাই দিয়া হ’ল ৫০টা গৰু, অধিকাংশৰে মৃত্যু

গৰু হত্যাৰ উৰাবাতৰিত য’ত সাধাৰণতে মানুহৰ হত্যা সংঘটিত হয় সেই বিজেপি শাসিত মধ্যপ্ৰদেশত ঘটিছে নৃশংস গৰু হত্যাৰ ঘটনা। ৰে’লৰ দলঙৰ...

সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু  : নিশা বাতৰি সংগ্ৰহৰ বাবে ওলাই যোৱা পিছত পথৰ দাঁতিত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

সাংবাদিক ৰাতুল ডেকাৰ মৃত্যু  : নিশা বাতৰি সংগ্ৰহৰ বাবে ওলাই যোৱা পিছত পথৰ দাঁতিত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

E TV Bharatৰ জন্মলগ্নৰ পৰাই মৰিগাঁও জিলাৰ পৰা সংবাদসেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই । মঙলবাৰে নিশা বাতৰি...

নগাঁৱত “যুক্তিনাথ খাউণ্ড: সুবাসিত সোঁৱৰণ” স্মৃতিগ্ৰন্থ উন্মোচন

নগাঁৱত “যুক্তিনাথ খাউণ্ড: সুবাসিত সোঁৱৰণ” স্মৃতিগ্ৰন্থ উন্মোচন

নগাঁৱৰ আমোলাপট্টিৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী যুক্তিনাথ খাউণ্ডৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথি উপলক্ষে মংগলবাৰে স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়...

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয়/ বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতা।

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয়/ বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতা।

নগাঁৱৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে স্বৰ্গীয় শুকদেৱ গোস্বামী সোঁৱৰণী সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়/ বিশ্ববিদ্যালয়...

সাম্প্ৰদায়িক উচটনিক কেতিয়াও প্ৰশ্ৰয় নিদিব : সংবাদমেলত অসম নাগৰিক সমাজ

সাম্প্ৰদায়িক উচটনিক কেতিয়াও প্ৰশ্ৰয় নিদিব : সংবাদমেলত অসম নাগৰিক সমাজ

আজি অসম নাগৰিক সমাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ মন্তব্য আৰু ৰাজ্যত চলি থকা সাম্প্ৰদায়িক বিদ্বেষ সম্পৰ্কে এক সংবাদমেল অনুষ্ঠিত...

হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্য মঞ্চৰ

হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্য মঞ্চৰ

সাম্প্রদায়িক বিষবাষ্পৰে অসমৰ জাতি-জনগোষ্ঠীক উত্তেজিত কৰিব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে...

দুখীয়া ৰাইজৰ শোষণ কৰিবলৈ দিয়া নহ’ব : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয় কঁপালে কংগ্ৰেছে

দুখীয়া ৰাইজৰ শোষণ কৰিবলৈ দিয়া নহ’ব : স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এপিডিচিএলৰ কাৰ্যালয় কঁপালে কংগ্ৰেছে

স্মাৰ্ট মিটাৰৰ দ্বাৰা অসমৰ দুখীয়া ৰাইজৰ তেজ শোহা বন্ধ কৰিবৰ বাবে চৰকাৰক সকীয়াই দিছে কংগ্ৰেছে। আজি ৰাজ্যখনৰ কেবাখনো জিলাৰ লগতে...

বৃদ্ধি কৰিব খুজিছে নেকি ৰোগ প্ৰতিৰোধ ক্ষমতা? প্ৰিয়জনক সাৱটি ধৰিলেই পাব সুফল

বৃদ্ধি কৰিব খুজিছে নেকি ৰোগ প্ৰতিৰোধ ক্ষমতা? প্ৰিয়জনক সাৱটি ধৰিলেই পাব সুফল

প্ৰেমত পৰিলে আপোনজনৰ লগত শাৰীৰিক সম্পৰ্ক ৰখাটো অতি স্বাভাৱিক। ইজনে সিজনৰ ওঁঠত আশ্বাস বিচৰাটোও সম্পৰ্কৰ স্বাভাৱিক দিশ। ইজনে সিজনক সাৱটি...

Page 1393 of 6612 1 1,392 1,393 1,394 6,612

Stay Connected

Recent News