• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দূৰদৰ্শনৰ পিছত এইবাৰ নিশাৰ ভিতৰতে গেৰুৱাকৰণ হ’ল বিএছএনএল! প্ৰতিক্ৰিয়া বিৰোধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2024 1:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা এপ্ৰিল মাহত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দেশৰ চৰকাৰী টিভি চেনেল দূৰদৰ্শনৰ ল’গ’ নীলাৰ পৰা গেৰুৱালৈ সলনি কৰা হৈছিল। এতিয়া ঠিক ছমাহৰ পাছত কেন্দ্ৰই দূৰদৰ্শনৰ পথ অনুসৰণ কৰি টেলিকম কোম্পানী বি এছ এন এলৰ ৰং নীলাৰ পৰা গেৰুৱালৈ সলনি কৰিছে।

শেহতীয়াকৈ বি এছ এন এলৰ নতুন ল’গ’ প্ৰকাশ পাইছে। দেখা গৈছে যে বি এছ এন এলৰ ল’গ’ৰ ৰংও গেৰুৱালৈ সলনি হৈছে। ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আনহাতে, ইয়াৰ টেগলাইন ‘কানেক্টিং ইণ্ডিয়া’ৰ ঠাইত ‘কানেক্টিং ভাৰত’ কৰা হৈছে।

যেতিয়াই এই ছবিখন ওলাল, তেতিয়া ৰাজনৈতিক মহলৰ এটা অংশই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। দেশৰ বিৰোধী দলসমূহৰ অভিযোগ যে বৰ্তমান মোডী চৰকাৰে দেশৰ প্ৰতিটো কেন্দ্ৰীয় সংস্থাক গেৰুৱাকৰণৰ দিশত আগুৱাই লৈ গৈছে।

Apply Now

লগতে পঢ়কঃ উইলত পোহনীয়া জন্তু, ৰান্ধনী-সহায়কৰো নাম; সম্পত্তিৰ অংশীদাৰ হিচাপে কাৰ কাৰ নাম লিখিছে ৰতন টাটাই?

বিগত সময়তো কেন্দ্রই কেইবাটাও সংস্থা আৰু প্রতিষ্ঠানৰ গেৰুৱাকৰণৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ এইবাৰ দেশৰ অন্যতম টেলিকম সংস্থাৰ গেৰুৱাকৰণ পোহৰলৈ অহাৰ লগে লগে বিতৰ্কৰ সৃষ্টি হৈছে।

এই কেন্দ্ৰীয় টেলিকম সংস্থাটোৱে বিগত কেইবছৰমানৰ পৰা আৰ্থিক সমস্যাত পৰিছে। ২০১৬ চনত মুকেশ আম্বানীৰ ৰিলায়েন্স জিঅ’ মুকলি কৰাৰ পিছত বি এছ এন এলৰ দৰে টেলিফোন আৰু ইণ্টাৰনেট সেৱা ম্লান হৈ পৰিল।

কিন্তু শেহতীয়াকৈ ৰিলায়েন্সৰ জিঅ’ নেটৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক বিপাঙত পেলাইছে। ফলত তেওঁলোকে সস্তা সেৱাৰ বাবে বিএছএনএললৈ ঘূৰি আহিছে। স্বাভাৱিকতে কেন্দ্ৰীয় টেলিকম কোম্পানীটোৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে। ছিম আৰু ইণ্টাৰনেট সংযোগৰ চাহিদাও বৃদ্ধি পাইছে।

লগতে পঢ়কঃ ইৰাণৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ আৰম্ভ ইজৰাইলৰ; তেহৰাণৰ সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰ বৰ্ষণ

যোৱা এপ্ৰিল মাহত দূৰদৰ্শনৰ ল’গ’ৰ ৰং সলনি হৈছিল যদিও কেন্দ্ৰীয় চৰকাৰৰ চেনেলটোৰ প্ৰতীক সলনি হোৱা নাছিল। কিন্তু প্ৰতীকৰ ৰং সলনি হৈছে। চিনাকি নীলা ৰংটো গেৰুৱালৈ সলনি হৈছে। দুৰ্দৰ্শনে ১৯৫৯ চনৰ পৰাই যাত্ৰা আৰম্ভ কৰিছিল। কেবল টিভিৰ আগমনৰ আগতে টেলিভিছন আছিল মনোৰঞ্জনৰ প্ৰধান মাধ্যম। কেবল টিভিৰ উত্থানৰ যুগতো দুৰদৰ্শনৰ প্ৰভাৱ কমি যোৱা নাছিল। চৰকাৰী চেনেল হোৱাৰ বাবে মৰ্যাদাও অক্ষত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd