ICCৰ সৰ্বকনিষ্ঠ অধ্যক্ষ হোৱাৰ অভিলেখ জয় শ্বাহৰ;বিনা প্ৰতিদ্বন্দ্বিতাৰে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ পদত শ্বাহ
ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ ২৭ আগষ্ট মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ নতুন অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হয়। ২০২০...














