• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকাশ পালে CBSE ৰ দশম আৰু দ্বাদশৰ পৰীক্ষাৰ সময়সূচী; ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰেক্টিকেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2024 3:08 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

6.1k
VIEWS
Share on FacebookShare on Twitter

অহা বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (চিবিএছই) দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ পালে। সেইমতে, ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰেক্টিকেল পৰীক্ষা। ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লিখিত পৰীক্ষা। সম্পূৰ্ণ সময়সূচীৰ বাবে cbse.gov.in ক্লিক কৰক।

ছাত্ৰ-ছাত্ৰীসকলে একান্তভাৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। ইফালে, বৃহস্পতিবাৰে কেন্দ্ৰীয় ব’ৰ্ডে অফিচিয়েল ৱেবছাইটত অহা বছৰৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে।

দশম আৰু দ্বাদশ শ্ৰেণীৰ বিষয়ভিত্তিক পৰীক্ষাৰ তাৰিখো অতি সোনকালে ঘোষণা কৰা হ’ব। সেই তথ্য ব’ৰ্ডৰ ৱেবছাইটতো উপলব্ধ হ’ব। দুয়োটা শ্ৰেণীৰ সকলো বিষয়ৰ ব্যৱহাৰিক, নিযুক্তি আৰু আভ্যন্তৰীণ মূল্যায়নৰ বাবে নম্বৰ বিতৰণ সন্দৰ্ভতো ৱেবছাইটত ব’ৰ্ডে বিতং তথ্য প্ৰদান কৰিছে।

লগতে পঢ়কঃ ভয়ংকৰ ২০২৫! হ’ব জলপ্ৰলয়, আগ্নেয়গিৰিৰ বিস্ফোৰণ; কৈছে কোভিডৰ ভৱিষ্যদ্বাণী ফলিওৱা বাবা ভাংগাই

জাননী অনুসৰি বহু সময়ত বিদ্যালয়সমূহে প্ৰেক্টিকেল, এচাইনমেণ্ট আৰু ইণ্টাৰনেল এচেছমেণ্টৰ নম্বৰ আপলোড কৰাত ভুল কৰে। এইবাৰ যাতে এনে নহয় তাৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। তদুপৰি ব’ৰ্ডে বিদ্যালয়সমূহক বিতং তথ্যও প্ৰদান কৰিছে যাতে সকলো পৰীক্ষা সহজ আৰু সঠিকভাৱে অনুষ্ঠিত কৰিব পৰা যায়।

ইয়াৰ উপৰিও পৰীক্ষাৰ্থীসকলৰ বাবে বিষয়ৰ নাম, বিষয়ৰ কোড, লিখিত, প্ৰেক্টিকেল, এচাইনমেন্ট আৰু ইন্টাৰনেল এছেছমেন্ট পৰীক্ষাৰ সৰ্বাধিক নম্বৰৰ সন্দৰ্ভত বিতং তথ্য ৱেবছাইটত প্ৰদান কৰা হৈছে।

প্ৰতিটো বিষয়ৰ সৰ্বোচ্চ নম্বৰ ১০০ নিৰ্ধাৰণ কৰা হৈছে। এই নম্বৰ লিখিত, প্ৰেক্টিকেল, এচাইনমেন্ট আৰু ইন্টাৰনেল এছেছমেন্ট পৰীক্ষাৰ মাজত বিতৰণ কৰা হ’ব।

লগতে পঢ়কঃ বিহালীত বিজেপি ত্যাগী জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব; অসম সন্মিলিত মৰ্চায়ো দিব প্ৰাৰ্থী!

ব’ৰ্ডে কয়, প্ৰতিখন বিদ্যালয়ে সকলো নম্বৰ শুদ্ধকৈ আপলোড কৰিব লাগিব। কাৰণ এবাৰ আপলোড কৰা নম্বৰটো সলনি কৰিব নোৱাৰি। আনহাতে, এজন ছাত্ৰৰ উপস্থিতি ৭৫ শতাংশ হ’লেহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd