গুৱাহাটীত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সৈতে আঞ্চলিক সন্মিলনৰ শুভাৰম্ভ
কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী শোভা কাৰাণ্ডলাজে আজি গুৱাহাটীত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাকে...














