• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকাৰীৰ চিকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 4, 2024 5:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২০ ছেপ্তেম্বৰত মুক্তিপ্ৰাপ্ত চিকাৰ ছবিখনৰ নাম হয়তো বৰ্তমান অসমৰ সকলোৰে বিদিত। ছবিখন পৰিচালনা কৰিছে দেৱাংকৰ বৰগোহাঁইয়ে। কাহিনীভাগ লিখিছে চাৰা বৰ্ডিনাৰ আৰু বিষ্ণুজ্যোতি সন্দিকৈয়ে। চিত্ৰনাট্য দেৱাংকৰ বৰগোহাঁইৰে। মুখ্য ভূমিকাত জুবিন গাৰ্গে অভিনয় কৰা এই ছবিখন বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

ছবিৰ আৰম্ভণিতে জুবিন গাৰ্গ অৰ্থাৎ শংকৰৰ নায়কসুলভ আগমণেৰে। আৰম্ভণিতে কাহিনীভাগ গতিশীল যেনেই অনুভূত হয়। উজনি অসমৰ এখন চাহ বাগানৰ পটভূমিত কাহিনী আৰম্ভ হয়। শংকৰ যি চাহ বাগানৰ কৰ্মীসকলৰ মাজত নেতৃত্ব দিয়ে আৰু শংকৰৰ প্ৰেয়সী অষ্টমীৰ প্ৰেমৰ উপস্থাপনৰ লগতে গীতৰো ব্যৱহাৰ কৰা হৈছে। বাগানৰ মালিক থাকে লণ্ডনত। বাগানত হোৱা অন্যান্য সমস্যাৰ বাবে হোৱা কৰ্মচাৰীৰ ধৰ্মঘটত লণ্ডনত তেওঁ অতিষ্ঠ হৈ পৰে আৰু পুত্ৰ ভিভান্তক অসমলৈ প্ৰেৰণ কৰে। ভিভান্তই আহি বাগানৰ দ্বায়িত্ব তেওঁৰ লগত অহা তিনি বন্ধুক অৰ্পণ কৰে। উভতিবৰ সময়ত শংকৰহঁ‌তে ঝুমুৰৰ আয়োজন কৰে অতিথিসকলৰ বাবে। তেনেতে সংঘটিত হয় এটি অঘটন। আৰু এই দুৰ্ঘটনাটোৱেই শংকৰৰ জীৱনৰ লগতে ছবিখনৰ গতিও সলনি কৰে। আৰু এইখিনিৰ পৰাই ছবিখনৰ গতিত চিত্ৰনাট্যখন বাধক হৈ পৰে।

Apply Now

প্ৰথমাৰ্দ্ধতো ছবিখনৰ কোনো অংশতে কোনোধৰণৰ আৱেগ জগাই তুলিব পৰা নাই। লগতে,যদিওবা একচন তথা শিহৰণধৰ্মী ছবিৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছিলে,কিন্তু ছবিখনৰ কোনো অংশতেই পৰৱৰ্তী অংশত কি হ’ব সেয়া জানিবলৈয়ো কোনো আগ্ৰহ বা উৎকন্ঠা নজন্মে। চিত্ৰনাট্যৰ গাঠনিৰ লগতে পৰিচালনাৰ দুৰ্বলতাৰ বাবে এইখিনি সম্ভৱ হৈ নুঠিল সমগ্ৰ ছবিখনতেই। লণ্ডনৰ বাট-পথৰ দৃশ্যায়ন অধিক পৰিমাণে কৰাতো আমনিদায়ক হৈ পৰিছিলে।

সমগ্ৰ ছবিখনতেই কম্পিউটাৰ জেনেৰেটেড ইমেজ,বা চি জে আইৰ প্ৰয়োগ অতি দুৰ্বল। প্ৰধানতঃ লণ্ডনৰ পশ্চাদপটৰ দৃশ্যসমূহৰ। প্ৰথমাৰ্দ্ধত ঝুমুৰৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ তথা সুমধুৰ। ছবিখনত লণ্ডনৰ দৃশ্যাৱলী অধিক দীঘলীয়া হৈছে। সংগীত পৰিচালনাত জুবিন গাৰ্গ সফল। সম্পাদনা বহুলাংশে দুৰ্বল চিকাৰৰ।

অভিনয়ৰ ক্ষেত্ৰত মুখ্য ভূমিকাত অভিনয় কৰা মন যায়,দীনবন্ধুৰ সু-অভিনেতা জুবিন গাৰ্গজনক বিচাৰি পোৱা নগ’ল। কম সময়ৰ বাবে হ’লেও আদিল হুছেইনৰ অভিনয়ৰ কথা ন কৈ ক’ব নেলাগেই। উৰ্মিলা মহন্তৰ অভিনয়ো স্বাভাৱিক। ছবিখন নাতিদীৰ্ঘ কৰাৰ লগতে চিত্ৰনাট্যখনত আৰু অধিক গুৰুত্ব প্ৰদান কৰাহয়,চিকাৰো এখন উপভোগ্য ছবি হৈ উঠিলেহেঁ‌তেন।

-ৰিমলী বৰকটকী।
mail- [email protected]

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd