NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

পেট নহয় যেন গুদাম : ভোক লাগিলেই খাই নেইল কাটাৰ, ছুৰী, আঙঠি আদি

পেট নহয় যেন গুদাম : ভোক লাগিলেই খাই নেইল কাটাৰ, ছুৰী, আঙঠি আদি

পেট নহয় যেন গুদাম। অখাদ্য ভক্ষণ কৰি বেদনাদায়ক অভুজ্ঞতাৰ সমুখীন হ’ল এজন যুৱক। এক্স ৰে’ৰ প্ৰতিবেদন চাই অবাক হৈ পৰিল...

পাকিস্তানৰ বেলুচিস্তানত বাছ ৰখাই যাত্ৰীক নমাই আনি গুলীয়াই  হত্যা সন্ত্ৰাসবাদীৰ; ২৩ জন নিহত

পাকিস্তানৰ বেলুচিস্তানত বাছ ৰখাই যাত্ৰীক নমাই আনি গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ; ২৩ জন নিহত

পাকিস্তানৰ অংশ বেলুচিস্তানত সন্ত্ৰাসবাদীয়ে নৃশংসভাৱে হত্যা কৰিছে নিৰীহ বাছযাত্ৰীক। বেলুচিস্তানৰ মুছাখেলৰ ৰাৰাছামত সংঘটিত হৈছে এই ঘটনা। বাতৰি অনুসৰি, এখন বাছ...

ভাৰতীয় ভিছা আবেদন বন্ধ; বিপদত বাংলাদেশৰ ইউৰোপগামী সহস্ৰাধিক শিক্ষাৰ্থী,কৰ্মৰত লোক

ভাৰতীয় ভিছা আবেদন বন্ধ; বিপদত বাংলাদেশৰ ইউৰোপগামী সহস্ৰাধিক শিক্ষাৰ্থী,কৰ্মৰত লোক

বিগত ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পট সলনি হোৱাৰ পিছত সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকাললৈ বন্ধ হৈ আছে ভাৰতীয় ভিছা...

খাদ্য খোৱাৰ পিছত কিমান সময় খোজ কাঢ়িব লাগে? জানি লওক প্ৰকৃত তথ্য

খাদ্য খোৱাৰ পিছত কিমান সময় খোজ কাঢ়িব লাগে? জানি লওক প্ৰকৃত তথ্য

অফিচতো বহুতৰে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত অলপ জিৰণি লোৱাৰ অভ্যাস আছে। অসমীয়াত ভাত ঘুমটি বোলা কথাষাৰ সকলোৰে চিনাকি। কিন্তু এই...

যিবোৰ কথাই ইউ পি এছক দুৰ্বল কৰি তোলে; জানি লওক এই পেঞ্চন আঁচনিৰ সাৰমৰ্ম

যিবোৰ কথাই ইউ পি এছক দুৰ্বল কৰি তোলে; জানি লওক এই পেঞ্চন আঁচনিৰ সাৰমৰ্ম

২৪ আগষ্টত কেন্দ্ৰৰ মোডী চৰকাৰে নতুন পেঞ্চন আঁচনি আৰম্ভ কৰে, যাৰ নাম হ’ল ইউনিফাইড পেঞ্চন আঁচনি (ইউ পি এছ)। ইয়াৰ...

মেঘালয়ত আৱামী লীগৰ জ্যেষ্ঠ নেতাক হত্যা কৰাৰ দাবী খণ্ডন কৰিলে বি এছ এফে

মেঘালয়ত আৱামী লীগৰ জ্যেষ্ঠ নেতাক হত্যা কৰাৰ দাবী খণ্ডন কৰিলে বি এছ এফে

আৱামী লীগৰ এজন জ্যেষ্ঠ সদস্য ইছাক আলী খান পান্নাৰ মৃত্যুৰ সৈতে জড়িত থকাৰ বাতৰি বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা খবৰসমূহ...

পোলেণ্ডৰ পৰা ওভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান! ক্ষোভ উজাৰিলে ইছলামবাদে

পোলেণ্ডৰ পৰা ওভতাৰ পথত পাকিস্তানৰ আকাশত মোদীৰ বিমান! ক্ষোভ উজাৰিলে ইছলামবাদে

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাৰিটা দশকৰ অন্তত শেহতীয়াকৈ পোলেণ্ড ভ্ৰমণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। শান্তিৰ বাৰ্তা দিবলৈ যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈও গৈছিল মোদী। মোদীৰ...

পুনৰ ধৰ্ষণ : ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ ৪২ বছৰীয়া ব্যক্তি

পুনৰ ধৰ্ষণ : ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ ৪২ বছৰীয়া ব্যক্তি

মহাৰাষ্ট্ৰত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড। ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন ৪২ বছৰীয়া ব্যক্তিক কৰা হৈছে গ্ৰেপ্তাৰ। আৰক্ষীৰ...

২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্মূল হ’ব মাওবাদ : প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্মূল হ’ব মাওবাদ : প্ৰতিশ্ৰুতি অমিত শ্বাহৰ

২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ পৰা মাওবাদ নিৰ্মূল হ’ব- এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কালি শনিবাৰে অমিত শ্বাহে...

নতুন আজমল’ৰ সন্ধান কৰিবলৈ ষড়যন্ত্ৰত নামিছে মুখ্যমন্ত্ৰী : দিল্লীত সংবাদমেলত ভূপেন বৰাৰ মন্তব্য

নতুন আজমল’ৰ সন্ধান কৰিবলৈ ষড়যন্ত্ৰত নামিছে মুখ্যমন্ত্ৰী : দিল্লীত সংবাদমেলত ভূপেন বৰাৰ মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদী হেৰোৱাৰ ভয়ত অসমক উত্তেজিত কৰি ৰাখিছে। ৪ জুনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত বিৰোধী ঐক্যমঞ্চ...

Page 1496 of 6710 1 … 1,495 1,496 1,497 … 6,710

Stay Connected

Recent News