NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ট্ৰায়েল হিচাপে প্ৰথমবাৰৰ বাবে কেইবা হাজাৰ ৰোগীক কৰ্কট ৰোগৰ প্ৰতিষেধক দিব ব্ৰিটেইনে

ট্ৰায়েল হিচাপে প্ৰথমবাৰৰ বাবে কেইবা হাজাৰ ৰোগীক কৰ্কট ৰোগৰ প্ৰতিষেধক দিব ব্ৰিটেইনে

ব্ৰিটেইনৰ নেশ্যনেল হেল্থ চাৰ্ভিচে (এন এইচ এছ) বিশ্ববিখ্যাত ঔষধ কোম্পানী ফাইজাৰে কৰা কেন্সাৰ ভেকচিন পৰীক্ষাৰ বাবে ৰোগীক বাছনি কৰিছে। গৱেষকসকলে...

বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

ৰঘুমলাই যেনেকৈ আশ্ৰয়দাতা উদ্ভিদটোক জীৱন-ৰস চুহি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেশৰ কেইবাটাও আঞ্চলিক...

বিজেপিৰ পতনৰ দায়িত্ব স্বীকাৰ! পদত্যাগৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ

বিজেপিৰ পতনৰ দায়িত্ব স্বীকাৰ! পদত্যাগৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ

মহাৰাষ্ট্ৰত বিজেপিয়ে দল ভঙাৰ খেল আৰম্ভ কৰিছিল, কিন্তু কোনো কামত নাহিল। মঙলবাৰে নিৰ্বাচনী ফলাফলৰ পিছতে সেয়া স্পষ্ট হৈ পৰিল। ৰাজ্যখনত...

ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন! আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে আৰম্ভ টী-২০ বিশ্বকাপৰ অভিযান

ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শন! আয়াৰলেণ্ডৰ বিৰুদ্ধে জয়েৰে আৰম্ভ টী-২০ বিশ্বকাপৰ অভিযান

ভাৰতে এক সুন্দৰ প্ৰদৰ্শনেৰে টী-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছে। বুধবাৰে প্ৰথমখন মেচত আয়াৰলেণ্ডক পৰাস্ত কৰে টীম ইণ্ডিয়াই। প্ৰথমতে বলাৰসকলেই জয়ৰ...

কংগনাৰ পৰা হেমা মালিনীলৈকে : কোন কোন চেলিব্ৰেটি এইবাৰৰ লোকসভাত?

কংগনাৰ পৰা হেমা মালিনীলৈকে : কোন কোন চেলিব্ৰেটি এইবাৰৰ লোকসভাত?

মঙলবাৰে ঘোষণা কৰা হ’ল ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ। নিৰ্বাচন আয়োগে প্ৰদান কৰা পৰিসংখ্যা অনুসৰি দেশৰ মুঠ ৫৪৩টা লোকসভা...

দিল্লীৰ শিশু চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিনিৰ্বাপনত নিয়োজিত ১২ খন ফায়াৰব্ৰিগেড

দিল্লীৰ শিশু চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড; অগ্নিনিৰ্বাপনত নিয়োজিত ১২ খন ফায়াৰব্ৰিগেড

দিল্লীৰ এখন শিশু চকু চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বুধবাৰে পুৱা প্ৰায় ১১:৩০ বজাত ৰাজধানী দিল্লীৰ লাজপট নগৰ অঞ্চলৰ শিশু...

উত্তৰকাশীত ট্ৰেকিং কৰি থকা অৱস্থাত ৯ জনৰ মৃত্যু; পথ হেৰুৱালে ২২ জনীয়া অভিযানকাৰী দলে

উত্তৰকাশীত ট্ৰেকিং কৰি থকা অৱস্থাত ৯ জনৰ মৃত্যু; পথ হেৰুৱালে ২২ জনীয়া অভিযানকাৰী দলে

উত্তৰাখণ্ডত সংঘটিত হৈছে এক কৰুণ ঘটনা৷উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সহস্ৰা হ্ৰদত ৯ জন ট্ৰেকাৰৰ মৃত্যু ঘটিছে। বুধবাৰে স্থানীয় আৰক্ষীয়ে এই তথ্য প্ৰদান...

জেলৰ পৰাই জয়ী হ’ল ইন্দিৰা গান্ধীৰ হত্যাকাৰীৰ পুত্ৰ : সদনত মুখামুখি হ’ব হত্যাকাৰী আৰু ছহিদৰ বংশধৰ

জেলৰ পৰাই জয়ী হ’ল ইন্দিৰা গান্ধীৰ হত্যাকাৰীৰ পুত্ৰ : সদনত মুখামুখি হ’ব হত্যাকাৰী আৰু ছহিদৰ বংশধৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত সদ্যবিজয়ী প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু শৈ আছে। সেই অভিযোগতে অসমৰ ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে। তাৰ...

একেখন বিমানতে দিল্লীলৈ উৰা মাৰিলে নীতিশ-তেজস্বীয়ে : চৰকাৰ গঠনৰ কুজকাৱাজ বিৰোধী ঐক্যৰ

একেখন বিমানতে দিল্লীলৈ উৰা মাৰিলে নীতিশ-তেজস্বীয়ে : চৰকাৰ গঠনৰ কুজকাৱাজ বিৰোধী ঐক্যৰ

মঙলবাৰে ঘোষণা কৰা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। ২০১৪ আৰু ২০১৯ চনৰ দৰে সংসদৰ নিম্ন সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দল বিজেপিয়ে...

প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ পদত্যাগ; ৮জুনত নৱনিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

প্ৰধানমন্ত্ৰী মোদী আৰু মন্ত্ৰী পৰিষদৰ পদত্যাগ; ৮জুনত নৱনিৰ্বাচিত চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ পদত্যাগ গ্ৰহণ কৰে। নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ নকৰালৈকে মোদীক নিজৰ...

Page 1532 of 6619 1 1,531 1,532 1,533 6,619

Stay Connected

Recent News