NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যুদ্ধ বিধ্বস্ত গাজাত ইজৰাইলৰ আক্ৰমণত আৰু অৰ্ধশতাধিক লোক নিহত

যুদ্ধ বিধ্বস্ত গাজাত ইজৰাইলৰ আক্ৰমণত আৰু অৰ্ধশতাধিক লোক নিহত

অৱৰুদ্ধ পেলেষ্টাইনী ভূখণ্ড গাজাত ইজৰাইলৰ আক্ৰমণত আৰু ৭৫ জন পেলেষ্টাইনী লোক নিহত হয়। ইয়াৰ লগে লগে উপত্যকাত নিহত হোৱা মুঠ...

জীৱনত সফলতা পাবলৈ এই ৫ টা বস্তু ত্যাগ কৰাটো জৰুৰী; জানি লওক চানক্যৰ পৰামৰ্শ

জীৱনত সফলতা পাবলৈ এই ৫ টা বস্তু ত্যাগ কৰাটো জৰুৰী; জানি লওক চানক্যৰ পৰামৰ্শ

জীৱনৰ সকলো বাধা আঁতৰাই কেনেকৈ সফলতা লাভ কৰিব পাৰি সেই সম্পৰ্কত চাণক্যই অতি বাস্তৱিকভাৱে পৰামৰ্শ আগবঢ়াইছে। প্ৰাচীন ভাৰতৰ এই সৰ্বজ্ঞানী...

মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ

মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ

বুধবাৰে গুৱাহাটীৰ চলচ্চিত্ৰ নিৰ্মাতা তথা ৰজত কমল বঁটা বিজয়ী লুইত কুমাৰ বৰ্মনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মহাত্মা গান্ধীক অসন্মান কৰাৰ...

‘কাৰ অধীনত পশ্চিম বংগত নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

‘কাৰ অধীনত পশ্চিম বংগত নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ প্ৰক্ৰিয়াত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ

বুধবাৰে কেন্দ্ৰই পশ্চিম বংগত নাগৰিকত্ব (সংশোধনী) নিয়ম, ২০২৪ৰ অধীনত নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ৰাজ্যৰ পৰা অহা প্রথম...

কেটৰিনা বা ঐশ্বৰ্য নহয়! ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লোৱা ছলমানে কোনগৰাকী অভিনেত্ৰীৰ বাবে সলনি কৰিছিল নীতি?

কেটৰিনা বা ঐশ্বৰ্য নহয়! ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লোৱা ছলমানে কোনগৰাকী অভিনেত্ৰীৰ বাবে সলনি কৰিছিল নীতি?

ছলমান খান এনে এজন অভিনেতা যি ৰূপালী পৰ্দাত চুম্বন নকৰাৰ সিদ্ধান্ত লৈছিল। বলীউডৰ তাৰকা ছলমান খানে এসময়ত নিজৰ বাবে এই...

‘কাশ্মীৰী পণ্ডিত সন্দৰ্ভত মৌন কিয়?’- পেলেষ্টাইনৰ সমৰ্থনত পোষ্ট কৰাৰ বাবে ট্ৰলৰ সন্মুখীন জাতীয় অধিনায়ক ৰোহিত শৰ্মাৰ পত্নী

‘কাশ্মীৰী পণ্ডিত সন্দৰ্ভত মৌন কিয়?’- পেলেষ্টাইনৰ সমৰ্থনত পোষ্ট কৰাৰ বাবে ট্ৰলৰ সন্মুখীন জাতীয় অধিনায়ক ৰোহিত শৰ্মাৰ পত্নী

'সকলোৰে চকু ৰাফাৰ ওপৰত'(All eyes on Rafah)। ছ’চিয়েল মিডিয়াত ৰোহিতৰ পত্নী ঋতিকা সাজদৰ এই পোষ্টটোক লৈ সমালোচনাৰ ধুমুহাৰ সৃষ্টি হৈছে।...

আপোনাৰো অপূৰ্ণ সপোন হ’ব পূৰ্ণ! ১৭৮ টকাতে লাভ কৰিব নীতা আম্বানীয়ে পৰিধান কৰা ৪০০ কোটিটকীয়া হাৰ

আপোনাৰো অপূৰ্ণ সপোন হ’ব পূৰ্ণ! ১৭৮ টকাতে লাভ কৰিব নীতা আম্বানীয়ে পৰিধান কৰা ৪০০ কোটিটকীয়া হাৰ

পুত্ৰ অনন্ত আম্বানীৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত মাতৃ নীতা আম্বানীক ৰাজকীয় সাজ-পোছাক পৰিধান কৰি দেখা গৈছিল।নীতা আম্বানীয়ে কাৰ্যতঃ কাঞ্চিপুৰম শাৰীৰে বিশ্বৰ...

দিল্লীত গৰমে ভংগ কৰিলে অভিলেখ! তাপমাত্ৰাই চুলেগৈ ৫২.৩ ডিগ্ৰী চেলচিয়াছ

দিল্লীত গৰমে ভংগ কৰিলে অভিলেখ! তাপমাত্ৰাই চুলেগৈ ৫২.৩ ডিগ্ৰী চেলচিয়াছ

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে দিল্লীৰ উষ্ণতা ৫২.৩ ডিগ্ৰীলৈ বৃদ্ধি পাইছে৷ মুংগেশপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দিনৰ ২:৩০ বজাত...

গুৱাহাটীত হৃদয়বিদাৰক ঘটনা! ভূমিস্খলনত শুই থকা দুবছৰীয়া শিশুৰ মৃত্যু

গুৱাহাটীত হৃদয়বিদাৰক ঘটনা! ভূমিস্খলনত শুই থকা দুবছৰীয়া শিশুৰ মৃত্যু

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ লালগণেশত। ভূমিস্খলনৰ ফলত সংঘটিত হৈছে এই হৃদয়বিদাৰক ঘটনা। ভূমিস্খলনৰ...

বিজেপি নেতাৰ অতপালি : ব্ৰীজভূষণৰ পুত্ৰ কৰণভূষণৰ কনভয়ৰ খুন্দাত নিহত দুটা শিশু, আহত আন এজন

বিজেপি নেতাৰ অতপালি : ব্ৰীজভূষণৰ পুত্ৰ কৰণভূষণৰ কনভয়ৰ খুন্দাত নিহত দুটা শিশু, আহত আন এজন

উত্তৰ প্ৰদেশৰ গোণ্ডাৰ কৰ্ণেলগঞ্জ-হুজুৰপুৰ পথৰ বৈকুণ্ঠ ডিগ্ৰী মহাবিদ্যালয়ৰ সমীপত বিজেপি লোকসভাৰ প্ৰাৰ্থী কৰণ ভূষণ সিঙৰ কনভয়ৰ এখন তীব্ৰবেগী গাড়ীএৰ খুন্দাত...

Page 1542 of 6620 1 1,541 1,542 1,543 6,620

Stay Connected

Recent News