বেলতলা বজাৰ বন্ধ কৰা সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া ; মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ বাবে সাপ্তাহিক বজাৰ বন্ধ কৰাটো দুৰ্ভাগ্যজনক – ডাঃ ভবেন চৌধুৰী
যোৱা বৃহস্পতিবাৰে হঠাতে মহানগৰীৰ বেলতলা সাপ্তাহিক বজাৰ বন্ধ কৰি দিয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি...














