বাক্-স্বাধীনতাৰ অৱক্ষয়ত উদ্বিগ্ন নাগৰিক সমাজ! নিউজক্লিকৰ পক্ষত একলগ হ’ল সাংবাদিক-বিৰোধী নেতা আৰু সচেতন নাগৰিক
প্ৰতিপল দেশত সংঘটিত হৈছে সংবিধানপ্ৰদত্ত বাক্-স্বাধীনতা ৰোধৰ কচৰৎ৷ সংবাদ মাধ্যমৰ পৰা ব্যক্তিলৈ- সকলোৰে চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ কাঢ়ি লোৱা...












