NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Woman's body found

জঘন্য! যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই বন্ধুৰ প্ৰাণ ল’লে দুই বন্ধুৱে

ৰাজস্থানত সংঘটিত এক জঘন্য কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। যৌন কামনা চৰিতাৰ্থ কৰাত বাধা পোৱাৰ বাবেই দুই বন্ধুৱে প্ৰাণ ল’লে এজন...

BCCI Test Cricket Incentive Scheme

বিচিচিআইৰ নতুন পদক্ষেপঃ ঘোষণা ‘টেষ্ট ক্ৰিকেট ইনচেন্টিভ আঁচনি’ৰ

ধৰমশালাত আজি পঞ্চমখন টেষ্টৰ তৃতীয় দিনাই ভাৰতে ইংলেণ্ডক এক ইংনিছ ৬৪ ৰাণত শোচনীয়ভাৱে পৰাস্ত কৰি পাঁচখনীয়া টেষ্ট শৃংখলাটোত ৪-১ ব্যৱধানত...

INDIA Lok Sabha election

INDIAত সকাহঃ তামিলনাডুত আসন বুজাবুজিৰ দিশে কংগ্ৰেছ-ডিএমকে

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিৰোধী মিত্ৰজোঁট INDIAই লাভ কৰিছে সকাহ। আভ্যন্তৰীণ কন্দল তথা বিপৰ্যয়ত জৰ্জৰিত হোৱাৰ পিছতো...

Gallbladder Cancer

স্বাস্থ্য নিদানঃ গলব্লাডাৰ বা পিত্তথলীৰ কেঞ্চাৰ

গল ব্লাডাৰ শব্দটিৰ সৈতে আমি সকলোৱেই কম-বেছি পৰিমাণে পৰিচিত। আনকি বহুতৰে বাবে পিত্তথলী বুলি কোৱাতকৈ গল ব্লাডাৰ বুলিলেহে সহজে বোধগম্য...

India vs England

ধৰাশায়ী ‘চাহাব’ৰ বাজবলঃ ভাৰতীয় দলৰ ‘অমৃত কাল’

প্ৰথম টেষ্টত পৰাজয়ৰ গ্লানি; ইয়াৰ পিছতে ঘটিল ৰাজকীয় প্ৰত্যাৱৰ্তন। ক্ৰিকেট বিশ্বত চমক তোলা ইংলেণ্ডৰ বাজবল শৈলীৰ ওপৰত বিস্তাৰ কৰিলে আধিপত্য।...

ইংলেণ্ডৰ দুৰ্দিনতে ইতিহাস ৰচিলে এণ্ডাৰছনে; টেষ্টত প্ৰথমজন পেচাৰ হিচাপে দখল ৭০০ উইকেট

ইংলেণ্ডৰ দুৰ্দিনতে ইতিহাস ৰচিলে এণ্ডাৰছনে; টেষ্টত প্ৰথমজন পেচাৰ হিচাপে দখল ৭০০ উইকেট

জেমছ এণ্ডাৰছনে ৭০০ টেষ্ট উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন পেচাৰ হিচাপে পৰিগণিত হয়। ইংৰাজ পেচাৰগৰাকীয়ে ধৰ্মশালাত কুলদীপ যাদৱক আউট কৰি...

`ইণ্ডিয়া’ নে তৃতীয় মৰ্চা? নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা বিএছপি নেত্ৰী মায়াৱতীৰ

`ইণ্ডিয়া’ নে তৃতীয় মৰ্চা? নিৰ্বাচনৰ পূৰ্বে ডাঙৰ ঘোষণা বিএছপি নেত্ৰী মায়াৱতীৰ

সন্মুখত লোকসভা নিৰ্বাচন। ইপিনে লোকসভা নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও দেশৰ ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।...

কাজিৰঙাত হাতীত উঠি অৰণ্য পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; কৰিলে জীপ ছাফাৰীও

কাজিৰঙাত হাতীত উঠি অৰণ্য পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; কৰিলে জীপ ছাফাৰীও

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাতীৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে। শনিবাৰে পুৱা এখন জীপত উঠিও ৰাষ্ট্ৰীয় উদ্যানখনৰ কেইবাটাও...

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ মাজতে অসমত CAA বিৰোধী প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে বিৰোধীয়ে

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ মাজতে অসমত CAA বিৰোধী প্ৰতিবাদ তীব্ৰতৰ কৰি তুলিছে বিৰোধীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া ভ্ৰমণৰ বাবে অসমলৈ অহাৰ পিছতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলসমূহে তীব্ৰ...

মহাকাশৰ গভীৰতাত উত্তপ্ত পানীৰ মহাসাগৰ! বিজ্ঞানীৰ আৱিস্কাৰক লৈ কৌতুহল, চলিছে চৰ্চা

মহাকাশৰ গভীৰতাত উত্তপ্ত পানীৰ মহাসাগৰ! বিজ্ঞানীৰ আৱিস্কাৰক লৈ কৌতুহল, চলিছে চৰ্চা

জ্যোতিৰ্বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰত এনেকুৱা এটা দূৰৱৰ্তী গ্ৰহৰ (এক্সোপ্লেনেট) সন্ধান পাইছে য’ত গভীৰ মহাসাগৰ থাকিব পাৰে বুলি দাবী কৰা হৈছে। পৃথিৱীৰ...

Page 1671 of 6624 1 1,670 1,671 1,672 6,624

Stay Connected

Recent News