NE NOW NEWS

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

খানৌৰী সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ : হাৰিয়ানাত ২১ বছৰীয়া যুৱকৰ মৃত্যু!

খানৌৰী সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ : হাৰিয়ানাত ২১ বছৰীয়া যুৱকৰ মৃত্যু!

পঞ্জাৱ-হাৰিয়ানাৰ খানৌৰী সীমান্তত হোৱা কৃষক-আৰক্ষীৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে এগৰাকী ২১ বছৰীয়া প্ৰতিবাদকাৰী কৃষকে। জানিব পৰা মতে আজি হাৰিয়ানা আৰক্ষীৰ সৈতে...

পাঠদানত বাধা! ইংলেণ্ডৰ সকলো বিদ্যালয়তে মোবাইল ফোন নিষিদ্ধ ঘোষণা

পাঠদানত বাধা! ইংলেণ্ডৰ সকলো বিদ্যালয়তে মোবাইল ফোন নিষিদ্ধ ঘোষণা

ইংলেণ্ডৰ সকলো বিদ্যালয়তে মোবাইল ফোন নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে। ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলত ভিডিঅ’ মেছেজযোগে...

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা ষড়যন্ত্ৰকাৰী বিজেপিৰ : ন্যায়ালয়ৰ ৰায়ে উদঙালে গণতন্ত্ৰ নিশেষ কৰাৰ চক্ৰান্ত

উচ্চতম ন্যায়ালয়ত মুখ থেকেচা ষড়যন্ত্ৰকাৰী বিজেপিৰ : ন্যায়ালয়ৰ ৰায়ে উদঙালে গণতন্ত্ৰ নিশেষ কৰাৰ চক্ৰান্ত

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ে দেশত গণতন্ত্ৰৰ বিজয় সাব্যস্ত কৰিছে। বুধবাৰে আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত...

কংগ্ৰেছৰ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিয়াই নিছে আয়কৰ বিভাগে; ন্যায়াধিকৰণত অভিযোগ দলৰ

কংগ্ৰেছৰ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিয়াই নিছে আয়কৰ বিভাগে; ন্যায়াধিকৰণত অভিযোগ দলৰ

যোৱা সপ্তাহত কংগ্ৰেছে দাবী কৰিছিল যে কৰ সংক্ৰান্ত গোচৰত আয়কৰ বিভাগে ২১০ কোটি টকা দাবী কৰি দলটোৰ বিভিন্ন বেংক একাউণ্ট...

ৰাকেশ পাল আমোলৰ দুৰ্নীতি এতিয়াও চলি আছে : প্রমাণ কৰিছে মার্কশ্বীট কেলেংকাৰিয়ে 

ৰাকেশ পাল আমোলৰ দুৰ্নীতি এতিয়াও চলি আছে : প্রমাণ কৰিছে মার্কশ্বীট কেলেংকাৰিয়ে 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১৫ ফেব্ৰুৱাৰীৰ দিনা ৮৪০জন অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰি নিকা আৰু...

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে

জ্যোতিৰ্বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। ই মূলতঃ কৃষ্ণগহ্বৰৰ দ্বাৰা শক্তিচালিত এটি কোৱাছাৰ। ই অতি দূৰৈৰ...

পঞ্জাৱ-হাৰিয়ান সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ, কন্দুৱা গেছ নিক্ষেপ

পঞ্জাৱ-হাৰিয়ান সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ, কন্দুৱা গেছ নিক্ষেপ

শস্যৰ নূন্যতম সমৰ্থন মূল্য বা এম এছ পি সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছে কৃষকসকলে। বুধবাৰে পুৱাৰে পৰা পঞ্জাৱ, হাৰিয়ানাকে...

Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

এপিনে যুদ্ধ, আনপিনে প্ৰেমত মচগুল পুটিন। তাকো এলাপেচা নহয়, একেবাৰে চালে চকু ৰোৱা অপূৰ্ব সুন্দৰী যুৱতী। দেখাত বাৰ্বিৰ দৰে! ৰাছিয়াৰ...

`গীতমালা’ৰ সেই পৰিচিত কণ্ঠৰ গৰাকী কিংবদন্তি আমিন ছায়ানীৰ ৯১ বছৰত দেহাৱসান

`গীতমালা’ৰ সেই পৰিচিত কণ্ঠৰ গৰাকী কিংবদন্তি আমিন ছায়ানীৰ ৯১ বছৰত দেহাৱসান

কিংবদন্তি ৰেডিঅ' উপস্থাপক আমিন ছায়ানীৰ দেহাৱসান ঘটিছে। হৃদৰোগত আক্ৰান্ত হৈ ৯১ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। বুধবাৰে (২১ ফেব্ৰুৱাৰী) তেওঁৰ...

Fali S Nariman

প্ৰখ্যাত ন্যায়বিদ তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ফালি এছ নৰিমানৰ মৃত্যু

দেশৰ প্ৰখ্যাত ন্যায়বিদ তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ফালি এছ নৰিমানে আজি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স...

Page 1695 of 6625 1 1,694 1,695 1,696 6,625

Stay Connected

Recent News