ভংগ হ’ল ঋষভ পন্থৰ বিশ্ব অভিলেখ; বিশ্বকাপত ১৩ বলতে অৰ্দ্ধশতক কৰা কোন এই বেটছমেন?
ঋষভ পন্থে আঠ বছৰ পূৰ্বে গঢ়িছিল এই বিশ্ব অভিলেখ। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত আটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰিছিল।...
নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
ঋষভ পন্থে আঠ বছৰ পূৰ্বে গঢ়িছিল এই বিশ্ব অভিলেখ। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ইতিহাসত আটাইতকৈ কম বলত অৰ্ধশতক অৰ্জন কৰিছিল।...
এক নিশ্চিত জয়ৰ দিশত গতি কৰিও যুঁজাৰু ইংলেণ্ডৰ সমুখত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল ভাৰত। অভিষেককাৰী টম হাৰ্টলীৰ স্পিন ঘূৰ্ণীত ঘৰৰ...
আকস্মিক ৰাজনতিক পট পৰিৱৰ্তনেৰে বিহাৰৰ শাসকীয় মহাজোঁটবন্ধন ত্যাগি পুনৰ বিজেপিৰ সংগ লৈ নীতিশ কুমাৰে আজি অভিলেখ নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী...
এক সুস্থ, সবল তথা নিৰোগী শৰীৰৰ ক্ষেত্ৰত খাদ্যৰ থাকে মুখ্য ভূমিকা। আমি খোৱা খাদ্যৰ ওপৰতে প্ৰধানতঃ নিৰ্ভৰশীল আমাৰ সামগ্ৰিক স্বাস্থ্য।...
বিহাৰৰ লগতে সমগ্ৰ দেশৰ ৰাজনীতিত আকস্মিক পট পৰিৱৰ্তনেৰে আৰজেডি তথা INDIA মিত্ৰজোঁট ত্যাগ কৰি পুনৰ বিজেপিৰ সংগ লোৱা নীতিশ কুমাৰে...
নিজকে দীৰ্ঘসময়ৰ বাবে শাৰীৰিক বা মানসিকভাৱে কাৰ্যক্ষম কৰি ৰাখিবলৈ দেহৰ ষ্টেমিনা বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয়। দেহৰ ষ্টেমিনাৰ লগত প্ৰায়ে শক্তি,...
তামিলনাডুত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এখন ট্ৰাকৰ সৈতে এখন ব্যক্তিগত বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাইছে ছয়গৰাকী লোকে। আজি...
আফ্ৰিকা মহাদেশৰ এখন সৰু দেশ শ্বাৱাজিলেণ্ড (Swaziland)। তাত নাগৰিকসকলৰ জীৱনশৈলী অতি সাধাৰণ যদিও ৰজাই প্ৰাইভেট জেটত যাত্ৰা কৰে। কেৱল সেয়াই...
ইলন মাস্ক পদচ্যুত হৈছে। বিশ্বৰ আটাইতকৈ ধনী মানুহজন এতিয়া টেছলাৰ মালিক মাস্ক নহয়। তেওঁক পৰাজিত কৰি ফৰাচী টাইকুন বাৰ্নাৰ্ড আৰ্নল্ট...
আজি ছুটীৰ দিন দেওবাৰ। বন্ধৰ দিন যদিও বিহাৰৰ ৰাজনৈতিক মহল আজি অত্যন্ত ব্যস্ত। সকলো জল্পনা-কল্পনা শুদ্ধ বুলি প্ৰমাণ কৰি মুখ্যমন্ত্ৰী...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd