ইজৰাইলৰ গাজা আক্ৰমণত আমেৰিকাৰ ভূমিকাৰ প্ৰতিবাদঃ ৰেমন মেগছেছে বঁটা ঘূৰাই দিলে সমাজ কৰ্মী সন্দীপ পাণ্ডেয়ে
পেলেষ্টাইনৰ গাজাত চলি থকা ইজৰাইলৰ নৃশংস আক্ৰমণত আমেৰিকাৰ ‘ভূমিকা’ৰ প্ৰতিবাদ স্বৰূপে সন্মানীয় ৰমন মেগছেছে বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে...














