• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 11:39 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিৱেশ সংবেদনশীল অঞ্চলত ঘাইপথ আৰু মথাউৰিৰ ‘অবিবেচক’ নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি তথা বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ তুলি লক্ষ্ণৌৰ জিলা গংগা সমিতিৰ পৰা পদত্যাগ কৰিছে জ্যেষ্ঠ পৰিৱেশ বিজ্ঞানী অধ্যাপক ভেংকটেশ দত্তই। বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানৰ অধ্যাপকগৰাকীয়ে নদীৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ ক্ষেত্ৰত সমিতিখনে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰত আওকাণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে।

 

Apply Now

জিলা দণ্ডাধীশ তথা সমিতিৰ অধ্যক্ষ বিশাখ জি আৰু সদস্য সচিব সিতাংশু পাণ্ডেলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত অধ্যাপক দত্তই স্পষ্ট কৰি দিয়ে যে তেওঁ গোমতী নদীৰ প্লাৱনভূমিত প্ৰস্তাৱিত ‘গ্ৰীণ কৰিড’ৰ প্ৰকল্প’ৰ সম্প্ৰসাৰণৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু তেওঁৰ অজ্ঞাতে সমিতিখনে এই প্ৰস্তাৱত অনুমোদন জনায়। তদুপৰি, প্ৰকল্পৰ সবিশেষ প্ৰতিবেদন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ দস্তাবেজসমূহো সমিতিৰ সদস্যসকলক পৰ্যবেক্ষণৰ বাবে প্ৰদান নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰে।

 

উল্লেখযোগ্য যে গোমতী হৈছে গংগা নদীৰ এখন উপনৈ। মোদী চৰকাৰে আৰম্ভ কৰা ‘নমামী গংগে’ প্ৰকল্পৰ অধীনত এই নদীসমূহৰ পৰিষ্কাৰ আৰু পুনৰুজ্জীৱিতকৰণৰ কাম চলি আছে। কিন্তু লক্ষ্ণৌ উন্নয়ন কৰ্তৃপক্ষই চহৰখনৰ পূবৰ পৰা পশ্চিমলৈ যান-জঁটমুক্ত যাতায়াতৰ বাবে গোমতীৰ পাৰত ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক চাৰিলেনযুক্ত ‘গ্ৰীণ কৰিড’ৰ’ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে। পূৰ্বৰ সমাজবাদী পাৰ্টীৰ চৰকাৰৰ দিনতেই আৰম্ভ হোৱা এই বিতৰ্কিত প্ৰকল্পটোক লৈ চিবিআই তদন্তও চলি আছে। শেহতীয়াকৈ যোৱা জুলাই মাহত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও পৰিৱেশৰ নীতি উলংঘা কৰাৰ বাবে এই প্ৰকল্পৰ কাম বন্ধ কৰি দিছিল।

 

অধ্যাপক দত্তই সকীয়াই দিয়ে যে ২০১৫ চনৰ ৰিভাৰফ্ৰণ্ট প্ৰকল্পৰ বাবে গোমতী নদীয়ে ইতিমধ্যেই যথেষ্ট পাৰিপাৰ্শ্বিক ক্ষতিৰ সন্মুখীন হৈছে। এতিয়া প্লাৱনভূমিত নতুনকৈ ঘাইপথ আৰু মথাউৰি নিৰ্মাণ কৰিলে নদীখনৰ জলবিজ্ঞান সলনি হোৱাৰ লগতে বানপানী নিয়ন্ত্ৰণৰ ক্ষমতাও হ্ৰাস পাব। ইয়াৰ উপৰিও গোমতী নদীত পেলনীয়া পানী বা নলাৰ পানী পেলোৱা কাৰ্য আৰু প্ৰকল্প আৰম্ভ হোৱাৰ পাছতহে পৰিৱেশ সংক্ৰান্তীয় অনুমতি পত্ৰ বিচৰা প্ৰৱণতাক লৈও তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd