NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যন্ত্ৰৰ বিৰুদ্ধে মানুহৰ জয়! নিষিদ্ধ খনন পদ্ধতিৰে জীৱন ৰক্ষা পৰিল সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ

যন্ত্ৰৰ বিৰুদ্ধে মানুহৰ জয়! নিষিদ্ধ খনন পদ্ধতিৰে জীৱন ৰক্ষা পৰিল সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকৰ

অৱশেষত ৪০০ ঘন্টা অপেক্ষাৰ অন্তত ৪১ জন শ্ৰমিকক সুৰংগৰ অন্ধকূপৰ পৰা উদ্ধাৰ কৰা হয়। মঙলবাৰে নিশা উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগৰ...

বৰ্ষাপাৰাত থমকিল ভাৰত! অথলে গ’ল ঋতুৰাজৰ শতক, বিশ্বকাপৰ ছন্দ ঘূৰাই আনি অষ্ট্ৰেলিয়াক জয়ী কৰিলে মেক্সৱেলে

বৰ্ষাপাৰাত থমকিল ভাৰত! অথলে গ’ল ঋতুৰাজৰ শতক, বিশ্বকাপৰ ছন্দ ঘূৰাই আনি অষ্ট্ৰেলিয়াক জয়ী কৰিলে মেক্সৱেলে

বিশ্বকাপত আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলৰ অবিশ্বাস্য, বিধ্বংসী ইনিংছ এতিয়াও ক্ৰিকেট প্ৰেমীৰ মনত সতেজ হৈ আছে। মেড মেক্সে ২০১ ৰানৰ অতি...

Uttarkashi Tunnel

অৱসান শ্বাসৰুদ্ধকৰ ১৭ টা দিনৰ: মুকলি আকাশৰ তললৈ সুৰঙ্গত আৱদ্ধ ৪১ শ্ৰমিক

অৱশেষত উত্তৰাখণ্ডৰ ছিল্ক্যাৰাৰ সুৰংগত আৱদ্ধ ৪১ জন শ্ৰমিকে ১৭ দিনৰ পিছত দেখা পালে মুকলি আকাশ। দীৰ্ঘদিনীয়া অভিযানৰ অন্তত আজি সফলতাৰ...

Supreme Court On Ban Pak Artists In India

ইমান সংকীৰ্ণ মনোভাৱৰ নহ’ব: পাকিস্তানী শিল্পীক ভাৰতত নিষিদ্ধ কৰিবলৈ কৰা আবেদন খাৰিজ কৰি ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ কলা-কুশলীক ভাৰতত অনুষ্ঠান পৰিৱেশন বা কাম কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছে এগৰাকী...

Uttarkhashi rescue

অৱশেষত স্বস্তি! ১৭ দিনৰ অন্তত মুকলি আকাশৰ তলত উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিক

অৱশেষত মুকলি আকাশৰ তললৈ আহিছে উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ভিতৰত ১৮ জন শ্ৰমিক। ১৭...

Elephant killed

বিশ্বনাথত ৰে’লৰ খুন্দাত মৃত্যু বন্যহস্তীৰ: যোৰহাটত বোকাত সোমাই মৃত্যু ডেৰমহীয়া পোৱালীৰ

ৰাজ্যত দুই পৃথক ঘটনাত প্ৰাণ হেৰুৱাইছে দুটাকৈ বন্যহস্তীয়ে। বিশ্বনাথ জিলাত ৰে'লৰ খুন্দাত এটা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে যোৰহাটত বোকাত পৰি...

Samanwai Puthibharal

সমন্বয় পুথিভঁৰালৰ পঞ্চদশ বৰ্ষপূৰ্তি: ড° হীৰেন গোহাঁইৰ বিশেষ বক্তৃতানুষ্ঠান

সফলতাৰ পোন্ধৰটাকৈ বছৰ অতিক্ৰম কৰিলে বিহামপুৰস্থিত সমন্বয় পুথিভঁৰালে। সমাজত শৈক্ষিক জাগৰণৰ এই অগ্ৰণী অনুষ্ঠানটিৰ পঞ্চদশ বৰ্ষপূৰ্তি অহা ৩ ডিচেম্বৰ দেওবাৰে...

Mob lynching

দুলীয়াজানত গণ প্ৰহাৰত মৃত্যু বিহাৰৰ এজন লোকৰ: গুৰুতৰভাৱে আহত আন এজন লোক

ৰাজ্যত পুনৰ সংঘটিত হৈছে ম'ব লিঞ্চিঙৰ ঘটনা। ডিব্ৰুগড়ৰ দুলীয়াজানত গণপ্ৰহাৰৰ চিকাৰ হৈজে বিহাৰৰ এজন লোকক। দুলীয়াজানৰ দিৰিয়াল মাৰ্কেট এলেকাত এই...

11 dead after elevator drops

মৰ্মান্তিক! খনিত কৰ্মৰত অৱস্থাতে শ্ৰমিকসহ ৬৫০ ফুট তললৈ খহি পৰিল লিফ্ট; মৃত্যু ১১ শ্ৰমিকৰ, ৭৫ জন আহত

দক্ষিণ আফ্ৰিকাৰ এক প্লেটিনাম খনিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। খনিত কৰ্মৰত বহুকেইগৰাকী শ্ৰমিকক কঢ়িয়াই নিয়াৰ সময়ত ব্যৱহৃত লিফ্ট হঠাতে...

বিড়ম্বনা! এটা চিকেন চেণ্ডুইচৰ বাবে ভৰিব লগা হ’ল লক্ষাধিক টকাৰ জৰিমনা

বিড়ম্বনা! এটা চিকেন চেণ্ডুইচৰ বাবে ভৰিব লগা হ’ল লক্ষাধিক টকাৰ জৰিমনা

নিউজিলেণ্ডৰ এগৰাকী মহিলা। মহিলাগৰাকীয়ে শেহতীয়াকৈ ভ্ৰমণ কৰিছিল অষ্ট্ৰেলিয়া। জুন আৰ্মষ্ট্ৰং নামৰ এইগৰাকী ৭৭ বছৰীয়া মহিলাই ব্রিছবেন অভিমুখী বিমানত উঠাৰ পূৰ্বে...

Page 1821 of 6627 1 1,820 1,821 1,822 6,627

Stay Connected

Recent News