NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

অসম জাতীয় পৰিষদত যোগদান কৰিব অংকিতা দত্তই!

অসম জাতীয় পৰিষদত যোগদান কৰিব অংকিতা দত্তই!

ক্ৰমশ বাঢ়ি  আহিছে অসম জাতীয় পৰিষদৰ ৰাজনৈতিক সক্ৰিয়তা। লগতে দলটোৰ জনপ্ৰিয়তাও বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে ৰাইজৰ অপ্ৰিয় হৈ আহিছে ভাৰতীয়...

ভূমি কেন্দ্ৰিক সংঘাত : উন্মত্ত ৰাইজৰ প্ৰহাৰত মৃত্যু একেটা পৰিয়ালৰে ৫ সদস্য

ভূমি কেন্দ্ৰিক সংঘাত : উন্মত্ত ৰাইজৰ প্ৰহাৰত মৃত্যু একেটা পৰিয়ালৰে ৫ সদস্য

উত্তৰ প্ৰদেশত ভূমিৰ এক বিবাদক কেন্দ্ৰ কৰি উন্মাদ জনসাধাৰণে একেটা পৰিয়ালৰ ৫ জন সদস্যক প্ৰহাৰ কৰি হত্যা কৰাৰ খবৰ পোহৰলৈ...

এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

যোৱা কেইমাহমানত কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। মিডজাৰ্নিৰ দৰে এআইৰ দ্বাৰা নিৰ্মিত ছবিয়েও ছ’চিয়েল মিডিয়াত ব্যাপক সঁহাৰি লাভ...

পুৰুষৰ এই গুণবোৰে সদায় সুখী কৰি ৰাখে পত্নীক, নাথাকে বিচ্ছেদৰ ভয় 

পুৰুষৰ এই গুণবোৰে সদায় সুখী কৰি ৰাখে পত্নীক, নাথাকে বিচ্ছেদৰ ভয় 

বিবাহ হৈছে এনে এক বন্ধন য’ত এজন পুৰুষ আৰু এগৰাকী মহিলা সাতটা জন্মলৈকে একেলগে থকাৰ প্ৰতিশ্ৰুতিত আৱদ্ধ  হয়। বিবাহে কেৱল...

স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱন’ৰ ড্ৰাগছ্  বিৰোধী সজাগতা সভা আৰু শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন

স্বেচ্ছাসেৱী সংগঠন অনুপম জীৱন’ৰ ড্ৰাগছ্ বিৰোধী সজাগতা সভা আৰু শোভাযাত্ৰা কাৰ্যসূচী সম্পন্ন

স্বেচ্ছাসেৱী সংগঠন 'অনুপম জীৱন'আৰু 'ছেলটাৰ' ৰ উদ্যোগত আজি জয়ন্তী উপলক্ষে  দক্ষিন গাওঁস্থিত টি এ বি মেমোৰিয়েল জাতীয় বিদ্যালয়ত এখনি ড্ৰাগছ্...

কোনে কয় বয়সে বুঢ়া কৰে বুলি? ৭০ বছৰ বয়সত তৃতীয় বিবাহ কৰিলে কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে 

কোনে কয় বয়সে বুঢ়া কৰে বুলি? ৭০ বছৰ বয়সত তৃতীয় বিবাহ কৰিলে কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে 

কিংবদন্তি মল্লযুঁজাৰু হাল্ক হোগানে ৭০ বছৰ বয়সত তৃতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয়। WWE তাৰকাগৰাকীয়ে স্কাই ডেলী নামৰ এগৰাকী ৪৫ বছৰীয়া...

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

চৰকাৰী শিক্ষানুষ্ঠানসমূহত শিক্ষাদানৰ কাৰ্যসূচী বন্ধ কৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীক কেৱল চৰকাৰী অনাশৈক্ষিক কামত ব্যস্ত ৰখা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন...

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

শিক্ষা আৰু অধ্যয়নৰ বাবে দীৰ্ঘদিন ধৰি উদ্যোগ লৈ অহা লখিমপুৰ কুইজ ফ'ৰামে অহা ইংৰাজী ০৮ অক্টোবৰ দেওবাৰে উত্তৰ লখিমপুৰ নগৰত...

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

কৰ’না ভেকচিন প্ৰস্তুত কৰাত অৰিহণা যোগোৱাৰ বাবে দুগৰাকী বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছে।  এইবাৰৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা...

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

কৃষ্ণ সাগৰীয় বহৰৰ মুখ্য কাৰ্যালয়ত ৰাছিয়াৰ নৌ সেনাৰ সেনাধ্যক্ষকে ধৰি ৩৪ জন বিষয়া নিহত হৈছে। এই দাবী ইউক্ৰেইনৰ। সোমবাৰে ইউক্ৰেইনৰ...

Page 1904 of 6628 1 1,903 1,904 1,905 6,628

Stay Connected

Recent News