NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যদিহে কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলেহেতেঁন তেন্তে এনে ঘটনা নঘটিলেহেতেঁন : ইৰম শৰ্মিলা

যদিহে কেন্দ্ৰই সঠিক সময়ত হস্তক্ষেপ কৰিলেহেতেঁন তেন্তে এনে ঘটনা নঘটিলেহেতেঁন : ইৰম শৰ্মিলা

সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(Armed Forces Special Powers Act) তথা সেনাৰ অত্যাচাৰৰ বিৰোধিতা কৰি ১৬ অনশন কৰা মণিপুৰৰ মানৱ অধিকাৰ...

ইছৰোৱে দিছে খবৰ! সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

ইছৰোৱে দিছে খবৰ! সহজেই কক্ষপথ সলনি কৰি চন্দ্ৰৰ ওচৰলৈ গতি কৰিছে চন্দ্ৰযান-৩

নতুন প্ৰযুক্তিৰ ডেউকাত ভাৰতীয়ৰ সপোন উৰুৱাই চন্দ্ৰৰ পথত আগবাঢ়িছে চন্দ্ৰযান-৩। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ যানখনে মাধ্যাকৰ্ষণ নিয়ম মানি পৃথিৱীক...

ভুক্তভোগী মণিপুৰী মহিলাৰ স্বামী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাষ্যই কঁপাইছে দেশ

ভুক্তভোগী মণিপুৰী মহিলাৰ স্বামী তথা অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ ভাষ্যই কঁপাইছে দেশ

মণিপুৰত মেইটেই পুৰুষৰ এটা দলে দুগৰাকী কুকি মহিলাক উলংগ কৰি পেৰেড কৰাৰ বিৰক্তিকৰ ভিডিঅ’ই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আলোড়ন...

মণিপুৰত বীভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই

মণিপুৰত বীভৎস গণ ধৰ্ষণৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই

মণিপুৰৰ তিনি মহিলাক বিবস্ত্ৰা কৰি ৰাজপথেৰে খোজকঢ়াই নি গণধৰ্ষণ কৰা ঘটনাৰ মূল অভিযুক্ত হুইৰেম হেৰোদাছ মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ...

এফালে বিবস্ত্ৰা মণিপুৰৰ কন্যা, আনফালে যৌন নিৰ্যাতনৰ গোচৰত বিজেপিৰ ব্রিজ ভূষণক মঞ্জুৰ জামিন

এফালে বিবস্ত্ৰা মণিপুৰৰ কন্যা, আনফালে যৌন নিৰ্যাতনৰ গোচৰত বিজেপিৰ ব্রিজ ভূষণক মঞ্জুৰ জামিন

কেইবাজনো মল্লযুঁজাৰুৰ অভিযোগ আৰু প্ৰতিবাদৰ ভিত্তিত পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ভাৰতীয়...

আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে – মণিপুৰৰ ভুক্তভোগী মহিলাৰ ভাষ্য

আমাক বিবস্ত্ৰা আৰু ধৰ্ষণ কৰাৰ সময়ত সহায়ৰ সলনি পলায়ন কৰিছিল আৰক্ষীয়ে – মণিপুৰৰ ভুক্তভোগী মহিলাৰ ভাষ্য

দেশ কঁপাই যোৱা মণিপুৰৰ গণ ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভোগীয়ে দাবী কৰিছে তেওঁলোকক বিবস্ত্ৰা কৰি নিৰ্যাতন চলোৱাৰ সময়ত ঘটনাস্থলিত আৰক্ষী...

টকাৰ অভাৱ কেনেকৈ দূৰ কৰিব? চাণক্যই দিছে উপায়

চাণক্য নীতি: মন নবহে পঢ়া-শুনাত? এই ৪টা ভুল ছাত্ৰ জীৱনত সাফল্য প্ৰাপ্তিৰ বাধা

আচাৰ্য চাণক্যৰ মতে শিক্ষা অবিহনে সফলতা লাভ কৰিব নোৱাৰি। ছাত্ৰজনৰ ভৱিষ্যত সুন্দৰ আৰু মসৃণ কৰিবলৈ এইবোৰ কথা মনত ৰখা উচিত।...

কুকুৰে খাবৰ বাবে পেলাই গৈছিল জাৱৰৰ দমত, কুকুৰৰ মুখৰ পৰা উদ্ধাৰ নৱজাতক

কুকুৰে খাবৰ বাবে পেলাই গৈছিল জাৱৰৰ দমত, কুকুৰৰ মুখৰ পৰা উদ্ধাৰ নৱজাতক

নিউয়ৰ্ক পোষ্টৰ বাতৰি অনুসৰি বুধবাৰে লেবাননৰ ট্ৰিপলিৰ ৰাজপথৰ মাজেৰে এটা কুকুৰে আৱৰ্জনাৰ বেগত কঢ়িয়াই নিয়া অৱস্থাত এটি নৱজাত কন্যাক উদ্ধাৰ...

নিয়তিয়ে কাঢ়ি নিলে মাতৃ হোৱাৰ সুখ, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে হেৰুৱালে নৱজাত সন্তান

নিয়তিয়ে কাঢ়ি নিলে মাতৃ হোৱাৰ সুখ, বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে হেৰুৱালে নৱজাত সন্তান

জন্ম আৰু মৃত্যু দুয়োটা ভাগ্যৰ হাতত। জন্ম বা মৃত্যুৰ ক্ষেত্ৰত মানুহৰ কোনো হাত নাই। সকলো ইশ্বৰৰ ইচ্ছা। কিন্তু এগৰাকী মাতৃৰ...

গুৱাহাটীত আকৌ বৃদ্ধি পালে গাখীৰৰ মূল্য। কিমান বৃদ্ধি পালে?

গুৱাহাটীত আকৌ বৃদ্ধি পালে গাখীৰৰ মূল্য। কিমান বৃদ্ধি পালে?

কিছুদিনৰ পূৰ্বে গুৱাহাটীত গাখীৰ উৎপাদনকাৰী সকলে গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছিল। বৃহস্পতি বাৰে প্ৰকাশ পোৱা খবৰ...

Page 2030 of 6637 1 2,029 2,030 2,031 6,637

Stay Connected

Recent News